ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…

আজিৰ দিনটোতে জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হয়। আজিৰত দিনটোতে বাৰ্লিনত এডলফ হিটলাৰে আত্মহত্যা কৰে। আজিৰ দিনটোতে অন্ত পৰে ভিয়েটনাম যুদ্ধ।  ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ বুকুত আজিৰ দিনটোৰ গুৰুত্ব…
Published: 

30 Apr 2025 | 10:02 AM

৩০ এপ্ৰিলৰ দিনটো ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৰে ভৰি আছে। ১৭৮৯ চনত জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হয়। ১৯৪৫ চনত বাৰ্লিনত এডলফ হিটলাৰে আত্মহত্যা কৰে। ১৯৭৫ চনত ভিয়েটনাম যুদ্ধৰ অন্ত পৰে।  ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

আজিৰ দিনটোৰ পৰিঘটনা

  1. ১৬৫৭ চনৰ আজিৰ দিনটোতে শিৱাজী মহাৰাজে মোগলৰ অধীনস্থ জুন্নাৰ চহৰত আক্ৰমণ কৰি লুণ্ঠন কৰে।
  2. ১৭৮৯ চনৰ আজিৰ দিনটোতে জৰ্জ ৱাশ্বিংটন আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  3. ১৯৩৬ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীয়ে ৱৰ্ধাৰ সমীপত সেৱাগ্ৰাম আশ্ৰম প্ৰতিষ্ঠা কৰে।
  4. ১৯৪৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীৰ পৰাজয়ৰ পিছত হিটলাৰে আত্মহত্যা কৰে । বাৰ্লিনত জাৰ্মান সংসদৰ ওপৰত ছোভিয়েট সৈন্যই বিজয় পতাকা উত্তোলন কৰে।
  5. ১৯৭৫ চনৰ আজিৰ দিনটোতে ভিয়েটনাম যুদ্ধৰ অন্ত পৰে।
  6. ২০১০ চনৰ আজিৰ দিনটোতে বেলজিয়াম সংসদৰ নিম্ন সদনে চৰকাৰৰ ৰাজহুৱা স্থানত বোৰ্খা নিষিদ্ধ কৰা আইনখনৰ খচৰাত অনুমোদন জনায়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...