Gold Rate Today: সোণ কিনিব বিচাৰিছে নেকি? জানক গুৱাহাটীত কিমান দৰত কিনিব সোণ-ৰূপ

সোণ-ৰূপৰ মূল্যত আহিছে ডাঙৰ পৰিৱৰ্তন। ২০২৫ চনৰ ১৬ আগষ্ট তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

Gold Rate Today: সোণ কিনিব বিচাৰিছে নেকি? জানক গুৱাহাটীত কিমান দৰত কিনিব সোণ-ৰূপ

সোণ কিনিব বিচাৰিছে নেকি?

Updated On: 

16 Aug 2025 | 10:25 AM

Gold Silver Price Today:ৰাখীবন্ধনৰ পূৰ্বে সোণৰ মূল্য ৭১,৫০০ টকাৰ ওপৰলৈ গৈছিল ৷ ৰাজধানী দিল্লীত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য আছিল ৭১,৬৫০ টকা। মুম্বাই আৰু কলকাতাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭১,৫০০ টকা। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৮২,৯০০ টকা। দেশৰ ১২ খন ডাঙৰ চহৰত ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ খুচুৰা মূল্য কিমান জানো আহক।

দিল্লীত সোণৰ মূল্য

১৬ আগষ্টত দিল্লীত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত প্ৰায় ৬৫,৬৯০ টকা। একে সময়তে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰাম প্ৰায় ৭১,৬৫০ টকা।

আজি মুম্বাইত সোণৰ মূল্য

বৰ্তমান মুম্বাইত ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৬৫,৫৪০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৭১,৫০০ টকা।

আজি গুৱাহাটীত সোণৰ মূল্য

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ১০,১১৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,২৭৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৫৮৯ টকা।

দিল্লীত আজি ৰূপৰ মূল্য অপৰিৱৰ্তিত হৈ আছে প্ৰতি গ্ৰামত ১১৬.২০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৬,২০০ টকা। ইফালে আজি গুৱাহাটীত ৰূপৰ মূল্য ১০ গ্ৰামত ১,১৬১ টকা, ১০০ গ্ৰামত ১১,৬১০ টকা, আৰু ১ কিলোগ্ৰাম ১,১৬,১০০ টকা হৈছে।

কালি স্বাধীনতা দিৱস উপলক্ষে পণ্য বজাৰ বন্ধ হৈ পৰে। বুধবাৰে সোণৰ মূল্য অতিক্ৰম কৰি ৭৩ হাজাৰ টকা হৈছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত বহুমূলীয়া ধাতুৰ মূল্যবৃদ্ধিৰ মাজতে বুধবাৰে স্থানীয় বুলিয়ন বজাৰত সোণৰ মূল্য ৩০০ টকা বৃদ্ধি পাই প্ৰতি ১০ গ্ৰামত ৭৩,১৫০ টকা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...