জনপ্ৰিয় বাথৱেৰ ব্ৰেণ্ড Watertec India য়ে আৰম্ভ কৰিছে অভিনৱ প্ৰচাৰ অভিযান…

ৱাটাৰটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আৰম্ভ কৰিছে প্ৰথমটো ৰাষ্ট্ৰীয় টিভি বিজ্ঞাপন অভিযান “Kick Out The Ordinary”। একাধিক ভাষাত উপলব্ধ হ’ব।

জনপ্ৰিয় বাথৱেৰ ব্ৰেণ্ড Watertec India য়ে আৰম্ভ কৰিছে অভিনৱ প্ৰচাৰ অভিযান...
Updated On: 

02 Dec 2025 | 07:57 PM

দেশৰ অন্যতম জনপ্ৰিয় বাথৱেৰ ব্ৰেণ্ড ৱাটাৰটেক ইণ্ডিয়া প্ৰাইভেট লিমিটেডে আৰম্ভ কৰিছে প্ৰথমটো ৰাষ্ট্ৰীয় টিভি বিজ্ঞাপন অভিযান “Kick Out The Ordinary”। একাধিক ভাষাত উপলব্ধ হ’ব। বিজ্ঞাপনটোত নতুন যুগৰ লগত সংগতি ৰাখি ব্ৰেণ্ডটোৱে কেনেকৈ মানুহৰ প্ৰয়োজনীয়তা পূৰণ কৰিছে আৰু নতুন জেনেৰেচন পলিমাৰ টেপে কোম্পানীটোৰ সকলো সামগ্ৰীৰ অধিক উন্নতি সাধন কৰিছে সেই বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও ইয়াত দেখুওৱা হৈছে যে, কেনেকৈ Superseal Technology আৰু POM মেটেৰিয়েলৰ সহায়ত এই টেপবোৰ সম্পূৰ্ণৰূপে লিক-প্ৰুফ আৰু দীৰ্ঘস্থায়ী হৈ পৰিছে। ৱাটাৰটেকৰ বাবে এই বৃহৎ সফলতাৰ মুহূৰ্তত বিজ্ঞাপনটো মুঠ ৯টা ভাষাত চাব পাৰি।

লাখ লাখ ভাৰতীয় পৰিয়ালে নিম্নমানৰ টেপৰ বাবে লিকেজ, সঘনাই মেৰামতি, পানীৰ অপচয়, আৰু খৰচ বৃদ্ধি আদি দৈনিক সমস্যা সন্মুখীন হয়। কিন্তু ৱাটাৰটেকৰ এই নতুন পদক্ষেপে এই সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব পাৰে সেয়া বিজ্ঞাপনটোত দেখুওৱা হৈছে।

টেপবোৰ যাতে কোনো ধৰণে ক্ষতি নহয় তাৰ বাবে বিশেষ প্ৰযুক্তিৰে তৈয়াৰ কৰা হৈছে। ইয়াৰ উপৰিও বহু পৰীক্ষাৰ অন্তত বজাৰত মুকলি কৰা হৈছে। কোম্পানীটোৰ অধ্যক্ষ আৰু বিপণন মুৰব্বী দুয়োজনে কয় যে, তেওঁলোকৰ লক্ষ্য দেশৰ সকলো পৰিয়ালৰ পানী সুবিধা সহজ, অধিক আৰামদায়ক আৰু দীৰ্ঘস্থায়ী কৰি তোলা।

১৯৯৭ চনত স্থাপিত ৱাটাৰটেক বৰ্তমান দেশৰ ভিতৰতে আগশাৰীৰ পলিমাৰ বাথৱেৰ আৰু প্লাম্বিং ছলিউচন ব্ৰেণ্ড। দেশৰ ১৮খন ৰাজ্যত ইয়াৰ ইয়াৰ সামগ্ৰী উপলব্ধ। ইয়াৰ ৩৪ হাজাৰতকৈ অধিক চেনেল পাৰ্টনাৰ আছে। কোম্পানীটোৰ মূল মন্ত্ৰ এতিয়া যেন উন্নত প্ৰযুক্তিভিত্তিক দীৰ্ঘস্থায়ী সামগ্ৰীৰে “The Perfect Flow. For Life” ডেলিভাৰী কৰা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...