সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ…

উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

সময় সীমিত ! পুৰণি কাপোৰ এক্সচেঞ্জ কৰি লাভ কৰক ব্ৰেণ্ডেড কাপোৰ, আম্বানীৰ ডাঙৰ অফাৰ...

মুকেশ আম্বানী

Published: 

07 Jul 2025 | 09:56 PM

সকলোৰে ব্ৰেণ্ডেড কাপোৰ কিনাৰ সামৰ্থ্য নাই। উচ্চ মূল্য দিব নোৱাৰিলেও বহুতে ব্ৰেণ্ডেড কাপোৰ কিনিব বিচাৰে। এতিয়া সেই সুযোগ আহিল। খৰচ বেছি নহয় যদিও আপোনাৰ প্ৰিয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰাৰ ডাঙৰ সুযোগ লাভ কৰিব। এই সুযোগ লৈ আহিছে মুকেশ আম্বানীৰ কোম্পানীয়ে।

ৰিলায়েন্স ৰিটেইল ফেশ্বন ফেক্টৰীয়ে আগবঢ়াইছে বিশেষ অফাৰ। এই অফাৰ গ্ৰহণ কৰি আপুনি আপোনাৰ পুৰণি কাপোৰ দি ব্ৰেণ্ডেড কাপোৰ পাব পাৰে। মুকেশ আম্বানীৰ কোম্পানীয়ে লৈ আহিছে “ফেশ্বন ফেক্টৰী এক্সচেঞ্জ ফেষ্টিভেল”। য’ত ক্ৰেতাই যিকোনো পুৰণি কাপোৰৰ বিনিময়ত নতুন ব্ৰেণ্ডৰ কাপোৰ লাভ কৰিব পাৰে। এই অফাৰ ২০ জুলাইলৈকে ৰিলায়েন্সৰ সকলো ‘ফেশ্বন ফেক্টৰী’ ষ্ট’ৰত উপলব্ধ।

লগতে পঢ়ক:  সুস্থ জীৱন-যাপনৰ বাবে ৰাতিপুৱা খালী পেটত কি খাব লাগে ? কি খাব নালাগে ? জানক

আপুনি কি কি অফাৰ পাব জানি লওক

পুৰণি ডেনিম, চাৰ্ট, টি-চাৰ্ট বা শিশুৰ কাপোৰ ফেশ্বন ফেক্টৰীৰ ষ্ট’ৰলৈ লৈ যাব পাৰে। বিনিময়ত কোম্পানীয়ে এক্সচেঞ্জ কুপন দিব। তালিকাখন চাওক।

  • ডেনিমৰ বাবে ৪০০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • চাৰ্টৰ বাবে ২৫০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • টি-চাৰ্টৰ বাবে ২৫০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।
  • শিশুৰ কাপোৰৰ বাবে ১০০ টকা পৰ্যন্ত কুপন দিয়া হ’ব।

লগতে পঢ়ক: প্র’টিনৰ বাবে ভাৰতীয়সকলে বেছিকৈ কি খায়? সমীক্ষাত প্ৰকাশ

এই বিনিময় উৎসৱত ক্ৰেতাই লি কুপাৰ, জন প্লেয়াৰ্ছ, ৰেমণ্ড, পাৰ্ক এভিনিউ, কেন’, পিটাৰ ইংলেণ্ড, এলেন ছলি, ভ্যান হাউচেন, লুই ফিলিপৰ দৰে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ কাপোৰ ক্ৰয় কৰিব পাৰিব।

লগতে পঢ়ক: জনপ্ৰিয় ব্ৰেণ্ডৰ বিয়েৰৰ ষ্টক শেষ, সুৰাৰ বিপনীত নাপাব আপোনাৰ পচন্দৰ বিয়েৰ !

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...