বন্ধ হৈ পৰিব এই নোটসমূহ, ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত….

ইতিমধ্যে বজাৰৰ পৰা প্ৰায় সংখ্য ২০০০ টকীয়া নোট ৰিজাৰ্ভ বেংকৰ হাতত পৰিছে । মাৰ্চ মাহ পৰ্যন্ত ২০০০ টকীয়া নোটৰ ৯৮.২ শতাংশ ইতিমধ্যে ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছে। অৱশ্যে এই ২০০০ টকীয়া নোটৰ উপৰিও আন কেইবাখনো নোটৰ ছপা বন্ধ কৰাৰ হ’ব বুলি প্ৰকাশ কৰিছে RBI য়ে।

বন্ধ হৈ পৰিব এই নোটসমূহ, ৰিজাৰ্ভ বেংকৰ ডাঙৰ সিদ্ধান্ত....

ভাৰতীয় ৰিজাৰ্ভ বেংক

Published: 

07 Jun 2025 | 03:21 PM

বজাৰত একেবাৰে নোহোৱা হৈ পৰিব ২০০০ টকীয়া নোট । ছপা ধনৰ ব্যয় হ্ৰাস কৰাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে । কেৱল ২০০০ টকীয়াই নহয়, ৫ টকা আৰু ২ টকীয়া নোটৰ ছপাও বন্ধ কৰিব ৰিজাৰ্ভ বেংকে । হঠাতে এই সিদ্ধান্ত কিয় ল’লে ৰিজাৰ্ভ বেংকে ।

২০১৬ চনত বিমুদ্ৰাকৰণৰ সাক্ষী হৈছিল দেশবাসী। ৫০০ আৰু ১০০০ টকীয়া পুৰণি নোট বিনিময়ৰ বাবে বেংকৰ বাহিৰত দেখা গৈছিল দীঘলীয়া শাৰী। বিমুদ্ৰাকৰণৰ প্ৰথম অৱস্থাত ৰিজাৰ্ভ বেংকে মুকলি কৰি দিছিল ২০০০ টকীয়া নোট । কিন্তু সেই ২০০০ টকীয়া নোট এতিয়া বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংকে । অৱশ্যে বৰ্তমান সময়ত বজাৰত প্ৰায়ে দেখা পোৱা নাযায় এই ২০০০ টকীয়া নোটটো ।

ইতিমধ্যে বজাৰৰ পৰা প্ৰায় সংখ্য ২০০০ টকীয়া নোট ৰিজাৰ্ভ বেংকৰ হাতত পৰিছে । মাৰ্চ মাহ পৰ্যন্ত ২০০০ টকীয়া নোটৰ ৯৮.২ শতাংশ ইতিমধ্যে ৰিজাৰ্ভ বেংকলৈ ঘূৰি আহিছে। অৱশ্যে এই ২০০০ টকীয়া নোটৰ উপৰিও আন কেইবাখনো নোটৰ ছপা বন্ধ কৰাৰ হ’ব বুলি প্ৰকাশ কৰিছে RBI য়ে।

ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে তিনিখন নোটৰ ছপা একেবাৰে বন্ধ কৰি দিছে। ২০০০ টকীয়া নোটৰ উপৰিও এই তালিকাত আছে ৫ টকা আৰু ২ টকীয়া নোট। কোৱা হৈছে যে, চলিত বিত্তীয় বৰ্ষত ছপা ধনৰ ব্যয় ৬৩৭২ কোটিতকৈও অধিক বৃদ্ধি পাইছে। গতিকে এই খৰচ হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...