অতি কম দাম আৰু ১০% ৰেহাই! আজিয়ে অৰ্ডাৰ কৰক এইসমূহ থলুৱা সামগ্ৰী…

আপুনিও পতঞ্জলিৰ প্ৰডাক্ট ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আছে এক ভাল খবৰ। কিয়নো এতিয়া ঘৰত বহিয়ে আপুনি অনলাইনৰ জৰিয়তে পতঞ্জলিৰ প্ৰডাক্ট ক্ৰয় কৰিব পাৰি।

অতি কম দাম আৰু ১০% ৰেহাই! আজিয়ে অৰ্ডাৰ কৰক এইসমূহ থলুৱা সামগ্ৰী...

পতঞ্জলি

Published: 

27 Oct 2025 14:28 PM

বৰ্তমান সময়ত গ্ৰাহকৰ মাজত থলুৱা সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ইয়াৰ মাজতে পতঞ্জলিয়ে অনলাইন শ্বপিঙৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা আপুনি ঘৰত বহি অনলাইনৰ জৰিয়তে পতঞ্জলিৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব। অনলাইনৰ জৰিয়তে পতঞ্জলিৰ যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি পতঞ্জলি আয়ুৰ্বেদৰ ৱেবছাইটৰ পৰা সামগ্ৰী ক্ৰয় কৰিব লাগিব। ভাল খবৰ এয়াই যে, ই-কমাৰ্চ সেৱাত আপুনি ১০% পৰ্যন্ত ৰেহাই লাভ কৰিব। এক কথাত দোকানতকৈ কম দামত সামগ্ৰী পাব।

অনলাইন ক্ৰয়

গ্ৰাহকৰ সুবিধাৰ বাবে পতঞ্জলিয়ে অফিচিয়েল অনলাইন প্লেটফৰ্ম মুকলি কৰিছে। ইয়াৰ দ্বাৰা আপুনি যিকোনো সামগ্ৰী অৰ্ডাৰ কৰিব পাৰিব।কেইটামান দিনৰ ভিতৰতে এই সামগ্ৰী আপোনাৰ ঘৰ পাব। কোম্পানীটোৰ মতে, ৱেবছাইট বা মোবাইল এপৰ জৰিয়তে গ্ৰাহকে চাবোন, টুথপেষ্ট, আটা, ঘিউ, বনৌষধিৰ ৰস, আৰু আন বহু সামগ্ৰী অৰ্ডাৰ কৰিব পাৰিব। ইয়াৰ দ্বাৰা গ্ৰাম্যাঞ্চল আৰু সৰু চহৰলৈও পতঞ্জলিৰ প্ৰডাক্ট যাব বুলি আশা কৰা হৈছে।

১০ শতাংশ ৰেহাই

জানিব পৰা মতে, অনলাইনত সামগ্ৰী ক্ৰয় কৰিলে আপুনি ১০ শতাংশ ৰেহাই লাভ কৰিব।পঞ্জাৱ নেচনেল বেংক পতঞ্জলি (পিএনবি-পতঞ্জলি) ক্ৰেডিট কাৰ্ড আৰু আৰ বি এল বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে আপুনি ১০% কেছবেক লাভ কৰিব পাৰিব। ইয়াৰোপৰি বহু সামগ্ৰীৰ ডেলিভাৰীৰ বাবে কোনো মূল্য নালাগে।  গতিকে আপুনি patanjaliayurved.net  ৱেবচাইটৰ দ্বাৰা এই বস্তুবোৰ অৰ্ডাৰ কৰিব পাৰিব। আপুনি ঔষধো ক্ৰয় কৰিব পাৰিব।

অৰ্ডাৰৰ লিংকঃ ক্লিক কৰক

কেনেকৈ অৰ্ডাৰ কৰিব

  • প্ৰথমে আপুনি https://www.patanjaliayurved.net লৈ যাওক।
  • পাছত লগ ইন কৰক।
  • আপোনাৰ পচন্দৰ সামগ্ৰী নিৰ্বাচন কৰক।
  • পাছত অন্য অনলাইন প্লেটফৰ্মত সামগ্ৰী ক্ৰয় কৰাৰ দৰে কৰক।
  • বস্তু কাৰ্টত থওক।
  • পাছত অৰ্ডাৰ কৰক।
  • আপোনাৰ ঠিকনা দিয়ক।
  • আপোনাৰ একাউন্টৰ বিৱৰণ দি পেমেন্ট কৰক।

 

 

অন্য খবৰ পঢ়কঃ খাদ্য খোৱাৰ লগে লগে টোপনি আহে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক…

এই ৩ টা ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে, উপশম পাবলৈ কি কৰিব?
অতি বিশ্বাসী এই ৫ ৰাশিৰ লোকে! কেতিয়াও নকৰে বিশ্বাসঘাটকতা...
ঘৰত এইসমূহ চৰাইৰ প্ৰৱেশ অত্যন্ত শুভ! জানক সকলো...
দিনটোত ঘনে ঘনে লাল চাহ বা ৰঙা চাহ খাই নেকি ? ইয়াৰ ফলত স্বাস্থ্যত কি প্ৰভাৱ পৰে?জানক