ডাঙৰ উপহাৰ ! মাত্ৰ ৪৫০ টকাত লাভ কৰক এল পি জি চিলিণ্ডাৰ | Madhya Pradesh Government Announce Subsidy in LPG Cylinder Price Assam news - Assam Tv9

মাত্ৰ ৪৫০ টকাত লাভ কৰক এল পি জি চিলিণ্ডাৰ, ৰক্ষাবন্ধনৰ উপলক্ষে ডাঙৰ উপহাৰ চৰকাৰৰ

Published: 

13 Aug 2024 | 09:08 PM

LPG Cylinder Price : ৰক্ষাবন্ধনৰ উপলক্ষে ভাৰতৰে এখন ৰাজ্যৰ চৰকাৰে ডাঙৰ উপহাৰৰ কথা ঘোষণা কৰিছে । এই উপহাৰে প্ৰতি পৰিয়ালতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। আজি দিনত প্ৰত্যেক গৰাকী গৃহিণীয়ে ৰন্ধন গেছৰ ওপৰতে নিৰ্ভৰ কৰে । খৰিৰ জুইত ৰন্ধা-বঢ়া কৰা পৰম্পৰা আমাৰ সমাজত প্ৰায়ে নোহোৱাই হৈছে । গৃহিণীসকলৰ সুবিধাৰ্থে তথা এটা পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত অৰ্থ কিছু ৰাহি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাত্ৰ ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ উপলব্ধ হ’ব বুলি ঘোষণা কৰিছে চৰকাৰে।

1 / 8ৰক্ষাবন্ধনৰ উপলক্ষে ভাৰতৰে এখন ৰাজ্যৰ চৰকাৰে ডাঙৰ উপহাৰৰ কথা ঘোষণা কৰিছে । এই উপহাৰে প্ৰতি পৰিয়ালতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ।

ৰক্ষাবন্ধনৰ উপলক্ষে ভাৰতৰে এখন ৰাজ্যৰ চৰকাৰে ডাঙৰ উপহাৰৰ কথা ঘোষণা কৰিছে । এই উপহাৰে প্ৰতি পৰিয়ালতে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ।

2 / 8

আজি দিনত প্ৰত্যেক গৰাকী গৃহিণীয়ে ৰন্ধন গেছৰ ওপৰতে নিৰ্ভৰ কৰে । খৰিৰ জুইত ৰন্ধা-বঢ়া কৰা পৰম্পৰা আমাৰ সমাজত প্ৰায়ে নোহোৱাই হৈছে ।

3 / 8

গৃহিণীসকলৰ সুবিধাৰ্থে তথা এটা পৰিয়াল পৰিচালনাত অৰ্থ কিছু ৰাহি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মাত্ৰ ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ উপলব্ধ হ’ব বুলি ঘোষণা কৰিছে চৰকাৰে।

4 / 8

ৰক্ষাবন্ধনৰ উপলক্ষে এই ডাঙৰ ঘোষণা কৰে মধ্য প্ৰদেশ চৰকাৰে । মুখ্যমন্ত্ৰী মোহন যাদৱে ঘোষণা কৰিছে যে, লাডলী বেহনা যোজনাৰ অধীনত মাত্ৰ ৪৫০ টকাত ৰন্ধন গেছ উপলব্ধ হ’ব।

5 / 8

জানিব পৰা মতে, মুঠ ১.২৯ কোটি মহিলাই এই সুবিধা লাভ কৰিব। ইয়াৰ বাবে চৰকাৰে ১৬০ কোটি টকাৰ সুকীয়া বাজেট আবণ্টন দিছে।

6 / 8

ৰাজ্য চৰকাৰৰ তথ্য অনুসৰি, লাডলী বেহনা যোজনাৰ অধীনত এল পি জি গেছক ৰাজসাহায্য প্ৰদান কৰা হ’ব।

7 / 8

৮৪৮ টকাৰ এল পি জি চিলিণ্ডাৰৰ ওপৰত ৩৯৮ টকাৰ ৰাজসাহায্য দিয়া হ’ব। ফলত ১৪.২ কেজি ৰন্ধন গেছৰ মূল্য হ’ব মাত্ৰ ৪৫০ টকা।

8 / 8

ইয়াৰ পূৰ্বে ২৩ জুলাইত মুখ্যমন্ত্ৰী মোহন যাদৱে লাডলী বেহনা যোজনাৰ অধীনত ২৫০ টকাৰ অতিৰিক্ত ৰাজসাহায্য ঘোষণা কৰিছিল। তেওঁ কয় যে, এই ধন ১ আগষ্টত গ্ৰাহকৰ একাউণ্টত সোমাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...