শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হ'ব পাৰে চৰকাৰী বেংকৰ একত্ৰীকৰণ! কি প্ৰভাৱ পৰিব গ্ৰাহকৰ ওপৰত…

হ’ব পাৰে চৰকাৰী বেংকৰ একত্ৰীকৰণ! কি প্ৰভাৱ পৰিব গ্ৰাহকৰ ওপৰত…

barasha-sarma
Barasha Sarma | Published: 18 Dec 2025 20:47 PM

Bank Marge: আপোনাৰ চৰকাৰী বেংকত একাউন্ট আছে নেকি? যদি আছে তেন্তে আপোনাৰ বাবে আছে এক খবৰ। কিয়নো কেইবাটাও ৰাজহুৱা খণ্ডৰ বেংক চৰকাৰে একত্ৰীকৰণ কৰাৰ চিন্তা কৰি আছে। এনে কৰিলে গ্ৰাহকৰ ওপৰত প্ৰভাৱ পৰিব।

বহু সময়ত বেংকৰ নিয়ম সলনি হোৱা দেখা যায়। যাৰ প্ৰভাৱ গ্ৰাহকৰ ওপৰত পৰে। কিন্তু এইবাৰ একত্ৰীকৰণ হ’ব পাৰে কেইবাটাও বেংক। গতিকে আপোনাৰ যদি চৰকাৰী বেংকত একাউন্ট আছে তেন্তে আপোনাৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। তথ্য অনুসৰি, চৰকাৰে বেংকৰ সংখ্যা হ্ৰাস কৰাৰ চিন্তা কৰিছে। এনে অৱস্থাত কেইবাটাও বেংক একত্ৰীকৰণ হ’ব পাৰে। যদি এনে হয় তেন্তে বেংকসমূহৰ গ্ৰাহকৰ ওপৰত প্ৰভাৱ পৰিব।

ইয়াৰ ফলত বেংকৰ নাম, পাচবুক আনকি চেকবুকো সলনি হ’ব পাৰে। যদি এনে হয়,তেন্তে দেশত মাত্ৰ ৪টামানহে চৰকাৰী বেংক থাকিব। চৰকাৰৰ মতে গ্ৰাহকৰ সমস্যা কম কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কেন্দ্ৰই ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ ‘কনচলিডেচন ২.০’ অৰ্থাৎ একত্ৰীকৰণৰ (Bank Marge)  প্ৰস্তুতি আৰম্ভ কৰিছে।

সবিশেষ জনাৰ বাবে চাওক ভিডিঅ’…