বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ বশিষ্ঠ আৰক্ষীৰ জালত তিনি গভাইত চোৰ
চোৰ কেইজনক লৈ যায় কচাৰিবস্তিৰ ৰফিকুল আলিৰ ডেম্পত অভিযান চলা। গ্ৰেপ্তাৰ কৰিছে ডেম্পটোৰ স্বত্বাধিকাৰী ৰফিকুল আলীক। এই অভিযানত বৃহৎ পৰিমাণৰ মন্দিৰৰ সামগ্ৰী , তিনিতা ড্ৰিলিং মেচিন, বেটাৰী উদ্ধাৰ । ইয়াৰোপৰি কাঁহ-পিতলৰ মূৰ্তি, দুটা ছিলিণ্ডাৰ, কপাৰ পাইপৰ লগতে বহু বস্তু।
বশিষ্ঠ আৰক্ষীৰ জালত বৃহৎ চুৰি গেং। SBI ATM ৰ বেটাৰী চোৰ। আৰক্ষীয়ে মনিষ চৌধুৰী ওৰফে লাকু , অৰ্জুন সিং আৰু সঞ্জীৱ বৈশ্যক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা দুখন চুৰি স্কুটী জব্দ কৰে। চোৰ কেইজনক লৈ যায় কচাৰিবস্তিৰ ৰফিকুল আলিৰ ডেম্পত অভিযান চলা। গ্ৰেপ্তাৰ কৰিছে ডেম্পটোৰ স্বত্বাধিকাৰী ৰফিকুল আলীক। এই অভিযানত বৃহৎ পৰিমাণৰ মন্দিৰৰ সামগ্ৰী , তিনিতা ড্ৰিলিং মেচিন, বেটাৰী উদ্ধাৰ । ইয়াৰোপৰি কাঁহ-পিতলৰ মূৰ্তি, দুটা ছিলিণ্ডাৰ, কপাৰ পাইপৰ লগতে বহু বস্তু।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
Latest Videos
