২০ ডিচেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত পূৰ্ণগতিত আৰম্ভ হ’ব ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী। এই পদক্ষেপক কটাক্ষ মুখ্যমন্ত্ৰীৰ।