আপোনাৰ অজ্ঞাতে কোনোৱে ব্যৱহাৰ কৰিছে নেকি আধাৰ! এইদৰে কৰক পৰীক্ষা
আপোনাৰ আধাৰ কাৰ্ড ক’ত, কেতিয়া ব্যৱহাৰ হৈছে এই বিষয়ে আপুনি পৰীক্ষা কৰিব পাৰে। আধাৰৰ এই তথ্য পৰীক্ষা পূৰ্বৰ তুলনাত এতিয়া অধিক সহজ হৈ পৰিছে। গতিকে আধাৰ ব্যৱহাৰৰ তথ্য পৰীক্ষা কৰি আমি সম্ভাৱ্য যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব পাৰোঁ। এই বিষয়ে সবিশেষ তথ্যৰ বাবে চাওক ভিডিঅ’।
আধাৰ কাৰ্ড এতিয়া কেৱল এক পৰিচয় পত্ৰই নহয়, ই এতিয়া আমাৰ জীৱনৰ অত্যন্ত অত্যাৱশ্যকীয় হৈ পৰিছে। বৰ্তমান সময়ত আধাৰ কাৰ্ড বেংক একাউণ্ট খোলাৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনি, পেঞ্চন, মোবাইল চিম উলিওৱা ইত্যাদি সকলো ক্ষেত্ৰত ব্যৱহৃত হয়। কিন্তু আধাৰ ব্যৱহাৰৰ জৰিয়তে জালিয়াতিৰ গোচৰো এতিয়া যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আপোনাৰ আধাৰ কাৰ্ডৰো এইদৰে জালিয়াতিৰ ক্ষেত্ৰত ব্যৱহাৰৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কিন্তু এই বিষয়ে আপুনি কিদৰে জানিব পাৰিব?
আপোনাৰ আধাৰ কাৰ্ড ক’ত, কেতিয়া ব্যৱহাৰ হৈছে এই বিষয়ে আপুনি পৰীক্ষা কৰিব পাৰে। আধাৰৰ এই তথ্য পৰীক্ষা পূৰ্বৰ তুলনাত এতিয়া অধিক সহজ হৈ পৰিছে। গতিকে আধাৰ ব্যৱহাৰৰ তথ্য পৰীক্ষা কৰি আমি সম্ভাৱ্য যিকোনো বিপদৰ পৰা ৰক্ষা পৰিব পাৰোঁ। এই বিষয়ে সবিশেষ তথ্যৰ বাবে চাওক ভিডিঅ’…
Latest Videos
ভাৰত বিৰোধী শ্ল’গানৰ পৰিণতি ভুগিব বাংলাদেশীয়ে! ল’লে কঠোৰ পদক্ষেপ
আপোনাৰ অজ্ঞাতে কোনোৱে ব্যৱহাৰ কৰিছে নেকি আধাৰ! এইদৰে কৰক পৰীক্ষা
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰা ১৯ অনুৰ্ধ এছিয়া কাপলৈ, দিনটোৰ খবৰ
চেলিব্ৰিটিৰ সন্তানৰ লগত আপোনাৰ সন্তানক পঢ়াব বিচাৰে নেকি?
