Jio Offer: তিনিটা বিশেষ ‘Happy New Year’ প্ৰিপেইড প্লেন, বিনামূলীয়াকৈ পাব AI সুবিধা !
কোম্পানীটোৱে জনোৱা মতে, তিনিটা বিশেষ ‘Happy New Year’ প্ৰিপেইড প্লেন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে Google Gemini Pro।
নতুন বছৰত আকৰ্ষণীয় অফাৰ লৈ আহিছে ৰিলায়েন্স জিঅ’ই। নতুন বছৰৰ বাবে মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে এই অফাৰ ঘোষণা কৰিছে টেলিকম কোম্পানীটোৱে। শুকুৰবাৰে পুৱা কোম্পানীটোৱে জনোৱা মতে, তিনিটা বিশেষ ‘Happy New Year’ প্ৰিপেইড প্লেন প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ আকৰ্ষণ হৈছে Google Gemini Pro।
Latest Videos
