<!--StartFragment --> <span class="cf0">দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে ব্ৰহ্মপুত্ৰৰ বুকুত জাহাজেৰে কটাবলগীয়া সময়ে অসমৰ নদী পৰ্যটনক এক বৃহৎ উৎসাহ প্রদান কৰিব আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত আয়োজনৰ প্রস্তুতি বুজ লোৱাৰ উদ্দেশ্যৰে পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।</span> <!--EndFragment -->