‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ। আমেৰিকাত উজলিল অসম জীয়ৰী ষ্টেফী গগৈ। ৱাশ্বিংটনৰ এম্পাৱাৰিং গ্ল’বেল ৱমেনছ ফেষ্টিভেলত ৩০ নৱেম্বৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখন। বিহু নৃত্য প্ৰদৰ্শন কৰে ষ্টেফী গগৈয়ে।