অৰাজনৈতিক ‘পুতুল’ কিদৰে হৈ পৰিল বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অভিন্ন অধ্যায়!
বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক অভিন্ন অধ্যায় হিচাপে চিৰকাললৈ নাম জিলিকি ৰ’ব খালেদা জিয়াৰ। পিছে আপুনি জানেনে, খালেদা জিয়াৰ ৰাজৈতিক যাত্ৰাৰ আঁৰৰ কাহিনী? কিদৰে এগৰাকী সম্পূৰ্ণ অৰাজনৈতিক গৃহিণী বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অভিন্ন অংগ হৈ পৰিল?
বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটে। ৮০ বছৰ বয়সত ঢাকাৰ এখন চিকিৎসালয়ত আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে খালেদা জিয়াই। বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক অভিন্ন অধ্যায় হিচাপে চিৰকাললৈ নাম জিলিকি ৰ’ব তেওঁৰ। পিছে আপুনি জানেনে, খালেদা জিয়াৰ ৰাজৈতিক যাত্ৰাৰ আঁৰৰ কাহিনী? কিদৰে এগৰাকী সম্পূৰ্ণ অৰাজনৈতিক গৃহিণী বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অভিন্ন অংগ হৈ পৰিল? ইয়াৰ আঁৰত আছে এক বিশেষ ৰাজনৈতিক ঘটনাক্ৰমেই।
জন্মসূত্ৰ খালেদা জিয়াৰ নাম আছিল খালেদা খানম পুতুল। ১৯৪৫ চনৰ ১৫ আগষ্টত বংগৰ জলপাইগুৰিত তেওঁৰ জন্ম হৈছিল। তেখেতৰ পিতৃ ইস্কন্দৰ আছিল এগৰাকী ব্যৱসায়ী। জলপাইগুৰিৰ পৰা পিছলৈ ইস্কন্দৰ পৰিয়াল বাংলাদেশৰ দিনাজপুৰলৈ যায়। পিছে এইগৰাকী পুতুল কিদৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হ’ল, জানো আহক।
Latest Videos
অৰাজনৈতিক ‘পুতুল’ কিদৰে হৈ পৰিল বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ অধ্যায়
ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতৰ প্ৰত্যুত্তৰ
অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ শীৰ্ষ খবৰ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...
