শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...

আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ…

trishna-kalita
Trishna Kalita | Published: 29 Dec 2025 21:10 PM

এয়া প্ৰকৃতিৰ অদ্ভুত লীলা। বগা বৰফেৰে আৱৰি ধৰিছে চৌদি আৰৱৰ শুকান মৰুভূমি। কিন্তু কিয় এনেকুৱা হ’ল?

গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ। বিগত তিনিটা দশকত এনে দিন দেখা নাছিল তেলৰ ৰাজ্যৰ বাসিন্দাসকলে । দৃশ্য দেখি আচৰিত হৈছে নেটিজেনসকলো। এয়া প্ৰকৃতিৰ অদ্ভুত লীলা। বগা বৰফেৰে আৱৰি ধৰিছে চৌদি আৰৱৰ শুকান মৰুভূমি। কিন্তু কিয় এনেকুৱা হ’ল?