বোকাখাত সমষ্টিৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বোকাখাতৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে বৰদিন উদযাপন কৰে। বোকাখাতৰ খ্ৰীষ্টজ্যোতি কেথলিক গীৰ্জা, নাহৰজান বেপটিষ্ট গীৰ্জা আৰু নুমলীগড় খ্ৰীষ্টান সমাজৰ উদ্যোগত নুমলীগড় চাহ বাগিচাত আয়োজিত বৰদিন উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে অতুল বৰাই।