মুখ্য়মন্ত্ৰীয়ে কয় যে, যিসকলে অচিনাক্ত লোকে অবৈধভাৱে ভূমি দখল কৰি আছে তেওঁলোকে তৎকালীনভাৱে সেই ভূমি খালী কৰিব লাগে। যদি খালী নকৰে তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।