গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে “শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ”। প্ৰায় ২২৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ। উদ্বোধন কৰাৰ পাছতে বটদ্ৰৱাত ভক্তৰ ভিৰ দেখা গৈছে।