শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
হনুমান চালিছা

হনুমান চালিছা

হনুমান চালিছা হৈছে ভগৱান ৰামৰ পৰম ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচনা কৰা স্তৱক বা কবিতা । হনুমান চালিছাত ৪০ টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়। ইয়াত হনুমানৰ ১০৮ টা গুণ উল্লেখ আছে।

Hanuman: ভূত-প্ৰেতৰ ভয় দূৰ কৰিবলৈ মঙলবাৰে কৰক এই কাম! লাভ কৰিব হনুমানৰ কৃপা…

Tuesday astrology remedies: হিন্দু ধৰ্মত মঙলবাৰটো ভগৱান হনুমানক পূজা কৰাৰ দিন বুলি গণ্য কৰা হয়। এই দিনটোত কৰা প্ৰতিকাৰে নেতিবাচক শক্তি, ভয়, ভূত, তন্ত্ৰ-মন্ত্ৰ, দুৰ্ভাগ্যজনক পৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়। বজৰংবলীক ভূত-প্ৰেত দূৰ কৰা দেৱতা বুলি গণ্য কৰা হয়। গতিকে মঙলবাৰে তেওঁৰ নামত কৰা প্ৰতিকাৰৰ তাৎক্ষণিক প্ৰভাৱ বুলি বিস্বাস আছে।

Hanuman: মঙলবাৰে ভুলতো নকৰিব এই কাম, হনুমানক সন্তুষ্ট কৰাৰ উপায় জানক…

মঙলবাৰৰ দিনটো ভগৱান হনুমান আৰু হিন্দু ধৰ্মত অত্যন্ত শুভ বুলি গণ্য কৰা মংগল গ্ৰহৰ প্ৰতি উৎসৰ্গিত কৰা হয়। এই দিনটোত হনুমানক সঠিকভাৱে পূজা কৰিলে, সুন্দৰকাণ্ড বা হনুমান চালিছা পাঠ কৰিলে দুখ-কষ্টৰ পৰা সকাহ পোৱা যায়। ইফালে মঙলবাৰৰ বাবে কিছু নিয়ম পালন কৰিব লাগে। সেইবোৰৰ বিষয়ে জানো আহক।

Bajrangbali: ঋষিৰ অভিশাপত হনুমানে পাহৰি গৈছিল সকলো শক্তি, এইদৰে ঘূৰাই পাইছিল…

হনুমানৰ দুষ্টামিত বিৰক্ত হৈ এদিন অংগীৰা ঋষি আৰু ভৃগু বংশৰ ঋষিসকলে তেওঁক অভিশাপ দিয়ে। লগতে ঋষি অংগীৰা আৰু ভৃগু বংশৰ ঋষিসকলে তেওঁক শাস্তি দিছিল। হনুমানে ঋষিসকলৰ ওচৰত ক্ষমা খুজিলে, আৰু তেওঁলোকৰ হৃদয় গলি গ’ল।

Hanuman: প্ৰেম বিবাহত আহিছে নেকি বাধা? মঙলবাৰে কৰক এই কাম, লাভ কৰিব হনুমানৰ কৃপা…

Mangal Dosh Remedies: প্ৰেম বিবাহত বাধা বা বৈবাহিক সমস্যা আপোনাৰ ৰাশিত থকা মংগল দোষৰ বাবে হ’ব পাৰে। এমঙলবাৰে হনুমানজী পূজা কৰা, হনুমান চালিছা পাঠ কৰা, সেন্দূৰ আৰু চামেলিৰ তেল আগবঢ়োৱা,  দাইল আৰু গুড় দান কৰা, কুম্ভ বিবাহ (এটা নিয়ম) কৰা আদি ফলপ্ৰসূ প্ৰতিকাৰ মংগল দোষৰ উপশম ঘটাত সহায়ক হয়।

Hanuman Puja: প্ৰেমত আহিছে নেকি বাধা? হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে কৰক এই উপায়…

Hanuman Puja: হনুমানে মানুহৰ জীৱনৰ পৰা সকলো সমস্যা নোহোৱা কৰে বুলি কোৱা হয়। বিশেষকৈ মঙলবাৰৰ দিনটোত হনুমানক পূজা কৰিলে শুভ ফল পোৱা যায় বুলি মান্যতা আছে।

মঙলবাৰে এইদৰে সন্তুষ্ট কৰক হনুমানক, সকলো সমস্যা দূৰ হ’ব! 

হনুমানে ভক্তক বিপদৰ পৰা উদ্ধাৰ কৰে বুলি বিশ্বাস আছে। যদি আপুনিও কোনো সংকটত আৱদ্ধ হৈ আছে বা আপোনাৰ সকলো বিপদৰ পৰা মুক্ত হ'ব বিচাৰে, তেন্তে এই দিনটো আপোনাৰ বাবে উপযুক্ত হ’ব। কাৰণ হনুমানে নিজৰ ভক্তসকলৰ ইচ্ছা পূৰণ কৰি তেওঁলোকৰ বিপদ দূৰ কৰাটো নিশ্চিত।

Hanuman: হনুমানৰ আশীৰ্বাদ পাবলৈ মঙলবাৰে কৰক এই কাম, সকলো ইচ্ছা পূৰণ হ’ব!

মঙলবাৰৰ দিনটো হনুমানৰ নামত উচৰ্গা কৰা হৈছে। এই দিনটোত তেওঁক বিশেষভাৱে পূজা কৰা হয়। হনুমানক পূজা কৰিলে শনি দোষৰ পৰা সকাহ পোৱা যায় আৰু ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। ভক্তসকলে সম্পূৰ্ণ ভক্তিৰে পূজা কৰে আৰু বজৰংগবলীৰ আশীৰ্বাদ লাভ কৰে।

Hanuman Chalisa: হনুমান চালিছা কি ভাষাত পঢ়া উচিত? প্ৰতিটো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এইদৰে পঢ়ক হনুমান চালিছা

হনুমান চালিছা পাঠ কৰি বজৰংবলীক সন্তুষ্ট কৰিব পৰো। যিজন ব্যক্তিয়ে হনুমান চালিছা এশ আঠ বাৰ পঢ়ে তেওঁ সকলো বন্ধনৰ পৰা মুক্ত হৈ যায়। বিভিন্ন ভাষাত এই চালিছা পোৱা যায় কিন্তু বহুতৰে প্ৰশ্ন আমি কোনটো ভাষাত পঢ়া উচিত। সবিশেষ জানক...

Hanuman: মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা, পূৰণ হ’ব ইচ্ছা!

সংকটমোচন হনুমানক বিভিন্নজনে পূজা কৰে। বিশেষকৈ মঙলবাৰৰ দিনটো হনুমানৰ দিন হিচাপে ধৰা হয়। এই দিনটোত বহুজনে উপবাসে থাকি ভগবানক পূজা কৰে।

বজৰংগবলীৰ খং উঠিলে বা ভগৱান হনুমান অসন্তুষ্ট হ’লে কি কি সংকেত দিয়ে?

মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গিত বুলি কোৱা হয়। এই দিনটোত নীতি-নিয়মেৰে পূজা কৰি হনুমান সন্তুষ্ট হয়। কিন্তু পূজাৰ সময়ত হোৱা কিছুমান ভুলৰ বাবে হনুমান অসন্তুষ্ট হৈ পৰে আৰু কিছুমান সংকেত দিয়ে।

বজৰংবলীৰ এটা অলৌকিক মন্দিৰ, ৫টা মঙলবাৰে দৰ্শন কৰিলে পূৰণ হয় মনৰ ইচ্ছা!

দেশৰ ভক্তসকলৰ বিশ্বাসৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে অলৌকিক মন্দিৰ। ইয়াৰে এটা মন্দিৰ হৈছে পান্নাৰ হনুমান ভাটা মন্দিৰ। ইয়াত ভক্তসকলে ১১০০ চিৰি বগাই নিজৰ দেৱতাৰ আগত ইচ্ছা প্ৰকাশ কৰে। এই মন্দিৰৰ বিশেষত্ব কি, এই প্ৰতিবেদনৰ পৰা জানো আহক...

ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে কৰক এই কাম, পাব ঋণৰ পৰা মুক্তি!

যদি আপুনি ভগৱান হনুমানক সন্তুষ্ট কৰিব বিচাৰে বা ঋণৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিশ্চিতভাৱে মঙলবাৰৰ দিনটোত কিছু বিশেষ প্ৰতিকাৰ কৰক। জেঠ মাহৰ প্ৰথম মঙলবাৰে এই প্ৰতিকাৰ গ্ৰহণ কৰিলে ঋণৰ সমস্যা সমাধান হয় বুলি বিশ্বাস কৰা হয়। এতিয়া আজিৰ দিনটোত কি প্ৰতিকাৰ কৰিব লাগে জানো আহক।

Hanuman ji Puja Rules : মহিলাসকলে কিয় বজৰংগবলীৰ মূৰ্তি স্পৰ্শ কৰিব নালাগে? পূজাৰ সঠিক নিয়ম জানক

Hanuman ji worship significance : হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে, হনুমান অমৰ আৰু পৃথিৱীত এতিয়াও জীয়াই আছে। সেই কাৰণেই তেওঁ অন্যতম পূজনীয় দেৱতা। বিশেষকৈ মহিলাৰ বাবে বজৰংগবলী পূজাৰ কিছুমান নিয়ম আছে। সেইবোৰ জানক।

Hanuman: মনৰ ইচ্ছা পূৰণৰ সহজ উপায়, মঙলবাৰে হনুমান মন্দিৰলৈ গৈ কৰক এইকেইটা কাম!

হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা! আজি জানো আহক হনুমানক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে।

Hanuman Puja: মঙলবাৰ আৰু শনিবাৰে কিয় ভগৱান হনুমানক পূজা কৰা হয়? আঁৰত আছে ডাঙৰ কাৰণ…

Hanuman Puja on Tuesday Saturday: হিন্দু ধৰ্মত হনুমানক সংকত মোচন বুলি কোৱা হয়। যিয়ে ভক্তৰ সকলো ভয় আৰু দুখ দূৰ কৰে। মঙলবাৰ আৰু শনিবাৰে হনুমানৰ পূজাৰ বিশেষ গুৰুত্ব আছে বুলি বিশ্বাস কৰা হয়। ইয়াৰ আঁৰত কি কি কাৰণ আছে জানো আহক।