বিগ বছ
বিগ বছ হৈছে কালাৰ্ছ টিভিত সম্প্ৰচাৰিত এটা ভাৰতীয় ৰিয়েলিটি শ্ব’। এইটো নেডাৰলেণ্ডৰ এণ্ডেমলৰ বিগ ব্ৰাদাৰৰ ওপৰত আধাৰিত। ই বৰ্তমান ভাৰতৰ আটাইতকৈ জনপ্ৰিয় অ-কল্পকাহিনী দূৰদৰ্শন অনুষ্ঠানবোৰৰ ভিতৰত এটা। বিগ বছৰ ঘৰটো ভালদৰে আৰু সুসজ্জিত। ঘৰটোত সকলো ধৰণৰ আধুনিক সুবিধা আছে, কিন্তু ইয়াত এটা বা দুটা শোৱনি কোঠা আৰু চাৰিটা শৌচালয় আৰু গা-ধোৱা ঘৰ আছে। ঘৰটো এখন বাগিচা, পুল, কাৰ্যকলাপ এলেকা আৰু জিমেৰেও আগুৰি আছে। লগতে এটা কনফাৰেন্স ৰুম আছে, য’ত প্ৰতিযোগীসকলে যিকোনো ধৰণৰ কথোপকথন আৰু মনোনয়ন প্ৰক্ৰিয়াৰ বাবে বিগ বছৰ লগত সংযোগ হয়। বিগ বছৰ ঘৰত কোনো টিভি, টেলিফোন, ইণ্টাৰনেট, ঘড়ী, কলমৰ ব্যৱস্থা নাই। টিভিৰ লগতে অটিটিটো যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছে বিগ বছ। এই অনুষ্ঠানৰ মুখ্য ঘোষক হিচাপে থাকে ছলমান খান।
চুম্বন কৰাৰ চেষ্টা কৰিছিল পৰিচালকে, কিন্তু তাৰ পিছত হ’ল এয়া!
Malti Chahar On Casting Couch: বিগ বছ ১৯ৰ প্ৰাক্তন প্ৰতিযোগী মালতী চহৰে এক ডাঙৰ কথা প্ৰকাশকৰিছে। কাষ্টিং কাউচৰ কথা কওঁতে তেওঁ কয় যে এবাৰ এজন পৰিচালকে তেওঁক চুম্বন কৰাৰ চেষ্টা কৰিছিল। সেই পৰিচালকজনক তেওঁৰ পিতৃৰ বয়সৰ আছিল।
- Barasha Misra
- Updated on: Dec 21, 2025
- 19:53 pm
Bigg Boss 19 ৰ বিজয়ী গৌৰৱ খান্নাৰ সকলো শেষ! যাত্ৰাৰ আৰম্ভণিতেই ইউটিউবে বন্ধ কৰিলে একাউণ্ট
Gaurav Khanna Youtube: "বিগ বছ ১৯"ৰ বিজয়ী গৌৰৱ খান্না বৰ্তমান চৰ্চা। চলমান খানৰ শ্ব’ত জয়ী হোৱাৰ পিছত অভিনেতাগৰাকীয়ে আৰু অধিক মৰম লাভ কৰিছে। বৰ্তমান নিজৰ জয় উপভোগ কৰি থকা অভিনেতাগৰাকীয়ে শেহতীয়াকৈ এক নতুন উদ্যোগৰ কথা ঘোষণা কৰিছে। তেওঁ ঘোষণা কৰে যে তেওঁ এটা নতুন ইউটিউব চেনেল মুকলি কৰিব, যাৰ জৰিয়তে তেওঁ মানুহৰ সৈতে সংযোগ স্থাপন কৰিব। অৱশ্যে তেওঁ প্ৰথমটো ভিডিঅ’ আপলোড কৰিয়েই পৰিছে বিপদত।
- Barasha Misra
- Updated on: Dec 18, 2025
- 13:00 pm
কিহৰ বাবে চৰ্চাত বিগ বছ ১৯ ৰ প্ৰতিযোগী গৌৰৱ খান্নাৰ পত্নী?
Gaurav Khanna Wife: বিগ বছ ১৯ৰ প্ৰতিযোগী গৌৰৱ খান্নাৰ পত্নী আকাংক্ষা চমোলা। শেহতীয়াকৈ এদিনৰ বাবে শ্ব’টোত দেখি দৰ্শকে যথেষ্ঠ ভাল পাইছে।
- Barasha Misra
- Updated on: Nov 19, 2025
- 18:55 pm
Bigg Boss: কুনিকাই মালতীক ‘লেচবিয়ান’ বুলি অভিহিত কৰে, বক্তব্যই সকলোকে কৰিলে আচৰিত!
অনুৰাগীৰ মাজত বিগ বছ ১৯ৰ জনপ্ৰিয় বৃদ্ধি পাইছে। অৱশ্যে কুনিকাৰ এটা মন্তব্যই এতিয়া শ্ব’টো গৰম কৰি তুলিছে। ক্ৰিকেটাৰ দীপক চহৰৰ ভগ্নী মালতী চহৰক লৈ মন্তব্য কৰিছে কুনিকাই।
- Barasha Misra
- Updated on: Nov 16, 2025
- 10:50 am
‘শেষ হৈ যাব…’ কিয় বিগ বছত অমাল মালিকে গৌৰৱ খান্নাক ভাবুকি দিয়ে?
Bigg Boss 19 News: ৰিয়েলিটি শ্ব’ বিগ বছ ১৯ত আন এক টুইষ্টৰ সাক্ষী হ’ল সকলো। গৌৰৱ খান্নাক বহুদিনৰ মূৰত কেপ্তেনৰ সুবিধা দিয়া হৈছিল। অৱশ্যে মাত্ৰ এঘণ্টাৰ ভিতৰতে তেওঁৰ পৰা অধিনায়কত্ব কাঢ়ি লোৱা হয়। এতিয়া গৌৰৱ খান্নাৰ ঠাইত শ্বেহবাজক অধিনায়ক হিচাপে দিয়া হৈছে।
- Barasha Misra
- Updated on: Nov 15, 2025
- 11:33 am
টিভিৰ পৰা চলচ্চিত্ৰ জগতলৈ…বিগ বছৰ নতুন ছিজনত দেখা যাব এইসকল তাৰকাক!
Bigg Boss 19: ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছক লৈ আকৌ এবাৰ দৰ্শকৰ মাজত চৰ্চা আৰম্ভ হৈছে। ইয়াৰ কাৰণ হ’ল কিছু সময়ৰ পিছত শ্ব’টোৰ নতুন ছিজন আৰম্ভ হ’ব, যাক লৈ অনুৰাগীসকল অতিশয় উৎসাহিত। অৱশ্যে প্ৰতিবেদনত কিছুমান নাম ওলাইছে, যিসকলৰ সৈতে শ্ব’টোৰ বাবে যোগাযোগ কৰা বুলি প্ৰকাশ পাইছে।
- Trishna Kalita
- Updated on: Jun 2, 2025
- 21:18 pm
Big Boss OTT 4 ত চলমান খানৰ স্থান ল’ব পাৰে এইজন তাৰকাই, জানক সবিশেষ
দৰ্শকে আগ্ৰহেৰে অপেক্ষা কৰি আছে বিগ বছ অ’টিটিৰ বাবে। এই অনুষ্ঠানটোৰ অ’টিটি সংস্কৰণৰ চতুৰ্থ ছিজন হ’ব। এইবাৰ অনুষ্ঠানটোৰ ঘোষকক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা। এইবাৰ চলমান খান নাথাকিব নেকি এই অনুষ্ঠানটোত?
- Barasha Misra
- Updated on: Feb 1, 2025
- 20:50 pm
Bigg Boss: ‘বিগ বছ’ৰ ১৮টা ছিজনৰ ইতিহাসত যিটো নহ’ল, সেয়া ‘বিগ বছ কানাড়া’ত হৈ গ’ল!
চলমান খানৰ জনপ্ৰিয় টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৮’ৰ পিছত ‘বিগ বছ কানাড়া’ৰ ১১ সংখ্যক ছিজনৰ বিজয়ী ঘোষণা কৰিছে। হনুমন্ত লামানীয়ে এই অনুষ্ঠানটোত নিজৰ নাম উজলাই তুলিছে। ইয়াৰ জৰিয়তে তেওঁ এনে এক অভিলেখ গঢ়ি তুলিছে, যিটো টিভিত চলমানৰ অনুষ্ঠানত কেতিয়াও হোৱা নাছিল।
- Barasha Misra
- Updated on: Jan 27, 2025
- 15:21 pm
১০ বছৰত কিমান সলনি হৈছে চলমান খানৰ BIGG BOSS? জানক TRP কমি অহাৰ কাৰণ
Bigg Boss: বিগ বছ চোৱা লোকৰ সংখ্যা যথেষ্ঠ বেছি। এই অনুষ্ঠানটোত পক্ষপাত কৰা বুলি যিমানেই অভিযোগ উত্থাপন নকৰক কিয়, ইয়াৰ প্ৰতি থকা দৰ্শকৰ মৰম কমাব নোৱাৰে। কিন্তু বিগত ১০ বছৰত চলমান খানৰ এই অনুষ্ঠানৰ বহু পৰিৱৰ্তন হৈছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ বিগ বছৰ টি আৰ পিত পৰিছে।
- Barasha Misra
- Updated on: Jan 15, 2025
- 16:50 pm
Bigg Boss 18: অবিনাশ মিশ্ৰই কৰিলে কৰণবীৰ মেহৰাক বেয়া ব্যৱহাৰ! কি আছিল কাজিয়াৰ কাৰণ?
Bigg Boss 18: বিগ বছ হাউচৰ প্ৰতিযোগী কৰণবীৰ মেহৰা এনেকুৱা এজন প্ৰতিযোগীস যিয়ে সকলোৰে লগত কাজিয়া কৰে। সকলোকে পৰাস্ত কৰিবলৈ গোটেই ঘৰখন এফালে হৈ যায়। নতুন খণ্ডটোত ঈশাৰ বাবেই অবিনাশ মিশ্ৰই কৰণৰ সৈতে কাজিয়া কৰা দেখা পাব।
- Barasha Misra
- Updated on: Nov 27, 2024
- 16:34 pm
Bigg Boss 18 Update: টাইম গড হোৱাৰ লগে লগে বিভিয়ান ডিসেনাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, জে’লৰ বাবে তেওঁ কাৰ নাম ল’ব?
Bigg Boss 18 Written Update: বিগ বছ ১৮য়ে যেন প্ৰতিদিনে নতুন নতুন পাক লগাই আছে। বিভিয়ানে এতিয়া ঘৰৰ টাইম গড হৈ পৰিছে, যাৰ লগত তেওঁ এতিয়া দুজন প্ৰতিযোগীক জে'লৰ ভিতৰত ভৰাই থ’বলগীয়া হ'ব। তেওঁৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ হ’বনে?
- Barasha Misra
- Updated on: Oct 31, 2024
- 15:43 pm
Bigg Boss 18: পূৰ্বতকৈ কিমান পৃথক হ’ব ছলমান খানৰ বিগ বছৰ নতুন ছিজন? কি হ’ব এইবাৰৰ থীম?
৬ অক্টোবৰৰ পৰা ছলমান খানৰ বিগ বছ ছিজন ১৮ কালাৰ্ছ টিভিত প্ৰচাৰিত হ'ব। বিগ বছ অ'টিটি 3-ৰ সমাপ্তিৰ পাছত অনুষ্ঠানটোৰ অনুৰাগীসকলে অনুষ্ঠানটো কালাৰ্ছ টিভিত সম্প্ৰচাৰিত হ'বলগীয়া নতুন ছিজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত ৬ অক্টোবৰত এই অপেক্ষাৰ সমাপ্তি ঘটিব আৰু ইয়াৰ সৈতে ছলমানে আকৌ এবাৰ সৰু পৰ্দাত প্ৰৱেশ কৰিব।
- Trishna Kalita
- Updated on: Oct 2, 2024
- 13:51 pm
Bigg Boss 18 : ছলমান খানৰ শ্ব’লৈ যোৱাৰ বাবে অনুশোচনা কৰিছে নেকি নিয়াই? কিয় ক’লে, মোক ক্ষমা কৰিব
বিগ বছ ১৮ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। এতিয়া সকলোৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে যে এইবাৰ ছলমানৰ শ্ব’ত কোন কোন চেলিব্ৰিটিয়ে প্ৰৱেশ কৰিবলৈ ওলাইছে। শেহতীয়াকৈ এই অনুষ্ঠানত যোগদান কৰা এগৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰা হৈছে আৰু সেই প্ৰতিযোগীগৰাকী হৈছে বিখ্যাত টিভি অভিনেত্ৰী নিয়া শৰ্মা।
- Barasha Misra
- Updated on: Oct 1, 2024
- 16:46 pm
Bigg Boss 18: নতুন আৰু পুৰণি প্ৰতিযোগীৰ পৰা OTT Streaming লৈকে, এই বছৰ সলনি হ’ব ৫ টা বস্তু
বিগ বছ ১৮ৰ বাবে মেকাৰসকলে উদ্যোগটোৰ বহু ডাঙৰ ডাঙৰ ব্যক্তিৰ কাষ চাপিছে । নিয়া শৰ্মাৰ পৰা ধীৰাজ ধূপৰলৈকে ছলমান খানৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে বহু ডাঙৰ মুখে। ছলমান খানৰ এই শ্ব’টোৰ বাবে বিগ বছৰ অনুৰাগীসকল অতি উৎসাহিত। ছলমান খানৰ বিগ বছত এইবাৰ কি বিশেষ হ'ব জানক।
- Barasha Misra
- Updated on: Sep 19, 2024
- 20:39 pm
No Money-No Honey – Bigg Boss OTT 3 ৰ পিছত অৰমান মালিকে ছানা মকবুলৰ কোটিপতি প্ৰেমিকক কৰিছে ঠাট্টা!
Bigg Boss OTT 3 শেষ হ'ল, কিন্তু অৰমান মালিকৰ যুঁজ এতিয়াও চলি আছে। শেহতীয়াকৈ অৰমানে তেওঁৰ এটা ভিডিঅ’ত ছানা মকবুলৰ ব্যক্তিগত জীৱনক লক্ষ্য কৰি লৈছিল। যদিও প্ৰত্যক্ষকৈ তেওঁ ছানাৰ নাম লোৱা নাছিল। কিন্তু তেওঁলোকে কয় যে এজন জ্ঞানী ব্যক্তিৰ বাবে এটা ইংগিতেই যথেষ্ট।
- Barasha Misra
- Updated on: Aug 9, 2024
- 16:23 pm