শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গুগলত নাচাব এই ৪ বিধ বস্তু… নহ’লে জে’ললৈ যাব লাগিব আপুনি!

বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিন হৈছে গুগল। আজিকালি বহুতো নিজৰ সমস্যাৰ সমাধান গুগলত বিচাৰি উলিয়াই। কিন্তু Google ত ভুলতো কিছুমান বস্তু চাৰ্চ কৰিব নালাগে। সবিশেষ জানক...

গুগলত নাচাব এই ৪ বিধ বস্তু… নহ’লে জে’ললৈ যাব লাগিব আপুনি!
ভুলতেও গুগলত নাচাব এই ৪ বিধ বস্তুৰ বিষয়ে…Image Credit source: Tv9 Bharatvarsh
barasha-misra
Barasha Misra | Published: 06 Sep 2025 12:30 PM

যদি আপুনি গুগল চাৰ্চৰ জৰিয়তে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ চেষ্টা কৰে তেন্তে আপুনি জে’ললৈ যাবলগীয়া হ’ব পাৰে। আই টিৰ নিয়ম আৰু চৰকাৰী গাইডলাইন অনুসৰি ৰাজহুৱা ডমেইনত কিছুমান বস্তু আছে যিবোৰ বিচাৰি উলিওৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইণ্টাৰনেটত সন্ধান কৰাৰ সময়ত আপোনাক বিপদত পেলাব পৰা সেইবোৰ কি কি…

কি কি চাব নালাগে?

  1. যদি কোনো ব্যক্তিয়ে গুগল চাৰ্চৰ সহায়ত ইণ্টাৰনেটত হেক কৰাৰ উপায় বিচাৰিছে তেন্তে গুগলে ভাল নাপায়। তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰি আৰু তেওঁ জেললৈ যাবলগীয়া হ’ব পাৰে।
  2. ভুলতে গুগলত শিশুৰ লগত জড়িত কোনো অশ্লীল বিষয়বস্তু বিচাৰিবলৈ চেষ্টা নকৰিব, তেনে কৰাটো অপৰাধ আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ আইন আছে। যদি কোনো ব্যক্তিয়ে এই কাম কৰি ধৰা পৰে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি আৰু এই ক্ষেত্ৰত তেওঁ পাঁচৰ পৰা সাত বছৰ কাৰাগাৰত কটাবলগীয়া হ’ব পাৰে।
  3. যদি কোনো ব্যক্তিয়ে গুগলত কেনেকৈ বোমা বনাব লাগে বুলি সন্ধান কৰি ধৰা পৰে তেন্তে তেনে কৰাটো অপৰাধ। যদি আপুনি এই কাম কৰে তেন্তে আপুনি নিৰাপত্তা সংস্থাৰ ৰাডাৰত আহিব পাৰে। ইয়াৰ উপৰিও আপুনি জেলৰ সন্মুখীন হ’বলগীয়াও হ’ব পাৰে।
  4. পিছৰবাৰ গুগলত এই তিনিটা কথা চাৰ্চ কৰাৰ আগতে এবাৰ বা দুবাৰ নহয় ১০০ বাৰ চিন্তা কৰক, কাৰণ গুগলত এই সকলোবোৰ কথা চাৰ্চ কৰিলে গুগলে ভাল নাপায়।