পেটৰ কৰ্কট ৰোগৰ ৫টা প্ৰাৰম্ভিক লক্ষণ জানি লওক

6 September 2025

TV9 ASSAM

ব্যস্ত জীৱনত আমি প্ৰায়ে আমাৰ শৰীৰৰ সংকেতবোৰক আওকাণ কৰোঁ। কেতিয়াবা এই লক্ষণবোৰে পেটৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ দিশলৈ আঙুলিয়াই দিয়ে।

আওকাণ নকৰিব

পেটৰ কৰ্কট ৰোগ লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে আৰু ই অতি বিপজ্জনক ৰোগ। পেটৰ কৰ্কট ৰোগৰ গুৰুতৰ লক্ষণৰ বিষয়ে জানক।

লক্ষণ

যদি আপোনাৰ পেটটো প্ৰতিদিনে ফুলি উঠা অনুভৱ হয়, অলপ খোৱাৰ পিছতো ভৰি পৰা যেন লাগে বা সঘনাই বদহজম হয়, তেন্তে এইটো চিন্তাৰ বিষয় হ’ব পাৰে।

বদহজম

পেটৰ ভিতৰত কেন্সাৰ বাঢ়িলে ই পেটৰ পাচন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়, যাৰ বাবে এই লক্ষণসমূহ দেখা দিবলৈ আৰম্ভ কৰে। 

পেটৰ পাচন প্ৰক্ৰিয়া

পেটৰ কৰ্কট ৰোগৰ এটা প্ৰধান লক্ষণ হ’ল ব্যক্তিজনৰ ভোক কমি যোৱা। আগৰ দৰে ভোক নলগা আৰু খাবলৈও মন নোযোৱা হয়।

ভোক কমি যোৱা

ওজনো হঠাতে কমিবলৈ আৰম্ভ কৰে, আনহাতে ব্যক্তিজনৰ দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসত বিশেষ পৰিৱৰ্তন নহয়। 

ওজন হ্ৰাস

কেতিয়াবা পেটৰ কৰ্কট ৰোগ হ’লে অন্ত্ৰ বা পেটৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়। ইয়াৰ ফলত মলৰ লগত তেজ ওলাই আহে।

ৰক্তক্ষৰণ

পঢ়িবলৈ ক্লিক কৰক

কিয় দৈনিক নৰিসংহ পাত খাব লাগে?