কেতিয়াও উভতি নাহে 'English Sir'!
6 Sept 2025
TV9 ASSAM
Instagram ত English sir নামেৰে famous আছিল তেওঁ।
জনপ্ৰিয়
তেওঁৰ ভিডিঅ'বোৰো আছিল informative আৰু মাৰ্জিত।
ইনফ্লুয়েঞ্চাৰ ৰাজীৱ
শিক্ষক দিৱসৰ দিনা হঠাৎ তেওঁৰ মৃত্যুৰ খবৰে আচৰিত কৰে।
আচৰিত ঘটনা
সকলোকে উৎসাহ যোগোৱা ল'ৰাজনে এনে পথ বাচি ল'ব বুলি কোনো ভবা নাছিল।
মৃত্যু সহজ নহয়
পিতৃ-মাতৃৰ অৱিহনে জীৱন সংগ্ৰাম চলাবলৈ অসমৰ্থ হৈছিল বুলি একাংশই ক'ব বিচাৰে।
কাৰণ
অকলশৰীয়া জীৱনটোয়ে চাগে তেওঁৰ জীৱনটোৰ বাবে কাল হ'ল।
একাংশৰ মত
সেয়ে Depression ৰ বলি হোৱা বুলি বহুজনে ক'ব বিচাৰে।
একাংশৰ মতে
লগতে পঢ়ক
সোণ ক্ৰয় কৰাৰ কথা ভাবিছে নেকি?
Learn more