শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি মঙলবাৰৰ দিনটো এই ৰাশিৰ বাবে হ’ব পাৰে সমস্যাৰে ভৰপূৰ! চাওক আপোনাৰ ৰাশিফল…

জ্যোতিষীসকলে আন দিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। এই ৰাশিফল অনুসৰি আজি কোন ৰাশিৰ বাবে শুভ হ’ব আৰু কোন ৰাশিৰ বাবে অশুভ হ’ব চাওক আহক।

Daily Horoscope: আজি মঙলবাৰৰ দিনটো এই ৰাশিৰ বাবে হ’ব পাৰে সমস্যাৰে ভৰপূৰ! চাওক আপোনাৰ ৰাশিফল…
দিনটোৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 26 Aug 2025 06:00 AM

আজি ২৬ আগষ্ট, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰত এই মঙলবাৰৰ দিনটোক বিশেষ মান্যতা দিয়া হয়। গতিকে জ্যোতিষ বিশ্বাসী লোকসকলেও মঙলবাৰৰ ৰাশিফলৰ বাবে অত্যন্ত উৎকণ্ঠাৰে অপেক্ষা কৰে। জ্যোতিষীসকলে আন দিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। এই ৰাশিফল অনুসৰি আজি কোন ৰাশিৰ বাবে শুভ হ’ব আৰু কোন ৰাশিৰ বাবে অশুভ হ’ব চাওঁ আহক।

মেষ ৰাশিৰ ৰাশিফল

আৰ্থিক সমস্যাৰ সন্মুখীন পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হোৱা প্ৰয়োজন বিচাৰ বিবেচনা কৰি আগনাবাঢ়িলে সমস্যাত পৰিব অংশীদাৰিত্বৰে কিছুমান কাম কৰিলে সফলতাৰ মুখ দেখিব পাৰে অচিনাকি মানুহৰ লগত কোনো ধৰণৰ লেনদেন কৰাৰ পৰা বিৰত থাকক। খৰচ নিয়ন্ত্ৰণ কৰিলে আপোনাৰ বাবে ভাল হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত শুভ নতুন চুক্তি চূড়ান্ত কৰাৰ সুযোগ পাব। বন্ধু-বান্ধৱীৰ সৈতে সুখকৰ সময় কটোৱাৰ সুযোগ পাব। যদি কোনো স্থানত আপোনাৰ ধন আৱদ্ধ হৈ আছিল, ঘূৰাই পোৱাৰ সম্ভাৱনা আছে কোনো মনোৰঞ্জনমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে সাৱধানতা অৱলম্বন কৰা উচিত

মিথুন ৰাশিৰ ৰাশিফল

নিজৰ কামৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিব লাগিব গাফিলতি কৰিলে সমস্যাৰ সন্মুখীন আজি আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ’ব। কোনো নতুন কাম কৰিবলৈ চেষ্টা কৰিব পাৰে ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত বিদেশত শিক্ষা গ্ৰহণৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলৰ ইচ্ছা পূৰণ হ’ব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

কোনো ধৰণৰ ঋণ লোৱাৰ পৰা বিৰত থকা উচিত ব, অন্যথা সেই ঋণ পৰিশোধ কৰাত সমস্যাৰ সন্মুখীন হ’ব লাগিব। নতুন কামত সফলতাৰ বাবে সুখ অনুভৱ কৰিব ঈশ্বৰৰ উপাসনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। কোনো অচিনাক্ত লোকক অন্ধভাৱে বিশ্বাস নকৰিব। অন্যথা প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে কিছু আনন্দৰ সময় কটাব। ঘৰৰ মেৰামতিৰ কাম আৰম্ভ কৰিব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত শুভ আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনাই গতি লাভ কৰিব। বহুদিন ধৰি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ কৰি তুলিব পাৰে বৌদ্ধিক আৰু মানসিক হেঁচাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে সকাহ লাভ কৰিব। পত্নীৰ সমৰ্থন আৰু সংগই আপোনাক সুখী কৰিব কোনো কামৰ পৰিকল্পনা কৰিলে সফলতাৰ মুখ দেখিব

কন্যা ৰাশিৰ ৰাশিফল

অপ্ৰয়োজনীয়ভাৱে আন কোনো লোকৰ কথা বা বিবাদত হস্তক্ষেপ নকৰিব। আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ বাবে যথেষ্ট সুখ অনুভৱ কৰিব। অত্যন্ত উৎসাহেৰে কোনো দাতব্য কাৰ্যৰ সৈতে জড়িত ব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। পৰিয়ালৰ ভিতৰৰ সমস্যাৰ বিষয়ে বাহিৰৰ কোনো লোকৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

আপুনি পূৰ্বে এৰি যোৱা কোনো কামৰ বাবে পুনৰ এক আকৰ্ষণীয় অফাৰ লাভ কৰিব পাৰে ঘনিষ্ঠ কোনো আত্মীয়ৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে সামাজিক কামকাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব কোনো লোকৰ ওচৰত আপোনাৰ ধন আৱদ্ধ হৈ আছিল যদি আজি সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অহিত চিন্তকৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আন কোনো লোকৰ ওপৰত নিৰ্ভৰ নকৰাকৈ আগবাঢ়িব পাৰিব ভাতৃভগ্নীৰ সৈতে পূৰ্বপুৰুষৰ সম্পত্তি সন্দৰ্ভত আলোচনা কৰিব পাৰিব। ভ্ৰমণৰ সুযোগ লাভ কৰিব খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক কোনো মূল্যৱান সামগ্ৰী হেৰুৱাইছে যদি ঘূৰাই পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আত্মবিশ্বাস বজাই ৰাখিব লাগিব।

ধনু ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাৰ পূৰ্ণ ফল লাভ কৰিব। সমাজত সন্মান বৃদ্ধি পাব পত্নীৰ পৰিয়ালৰ সৈতে কোনো বিষয়ত মতানৈক্যই দেখা দিছিল যদি আজি সেয়া দূৰ অভিভাৱকৰ আশীৰ্বাদত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব। নিজৰ কামৰ ক্ষেত্ৰত সঠিক বিচাৰবিবেচনাৰে আগবাঢ়ি যোৱা উচিত ব। সন্তানে আপোনাৰ ইচ্ছানুসৰি আগবাঢ়িব পাৰিব

মকৰ ৰাশিৰ ৰাশিফল

ব্যৱসায় আগুৱাই নিয়াৰ চেষ্টাত সফল হ’ব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে ক্ৰমবৰ্ধিত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। আন কাৰোবাৰ পৰা শুনা কথাক কেতিয়াও বিশ্বাস নকৰিব। কোনো কথাত পৰিয়ালৰ লোকসকলৰ মাজত বিবাদৰ সূত্ৰপাত ব পাৰে। জীৱন সংগীৰ সৈতে সন্তানৰ কেৰিয়াৰ সন্দৰ্ভত ভালদৰে আলোচনা কৰিব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। উপাৰ্জন বৃদ্ধিৰ বাবে যি ক্ষেত্ৰতে আগবাঢ়িব, সেই দিশতে নিশ্চিতভাৱে সফলতা লাভ কৰিব। সামাজিক কামকাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। কিছুমান নতুন সম্পৰ্কৰ পৰা আপুনি লাভজনক সুবিধা লাভ কৰিব। ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ পথ প্ৰশস্ত হ’ব চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব।

মীন ৰাশিৰ ৰাশিফল

আৰ্থিক অৱস্থা ভাল হ’ব, কিন্তু খৰচৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ব্যৱসায়ৰ সন্দৰ্ভত কিছুমান নতুন সিদ্ধান্ত ল’ব আৰু ইয়াৰ দ্বাৰা সফলতাৰ মুখ দেখিব পূৰ্বে কোনো লোকৰ পৰা ধন ধাৰে দিছিল যদি সেই ধন আজি ঘূৰাই দিব পাৰিব জ্যেষ্ঠজনৰ পৰামৰ্শ আপোনাৰ বাবে অত্যন্ত উপযোগী প্ৰমাণিত হব।