শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: এই ৰাশিৰ লোক আজি পৰিব পাৰে সমস্যাত! চাওক ৰাশিফল অনুসৰি আজি দিনটো কিদৰে পাৰ হ’ব আপোনাৰ

জ্যোতিষ বিশ্বাসীসকলে প্ৰতিদিনে এই ৰাশিফলৰ ওপৰত চকু ফুৰাই সেই অনুসাৰে দিনটোৰ প্ৰস্তুতি চলায়। চাওঁ আহক আজি মঙলবাৰ দিনটোৰ বিষয়ে ৰাশিফলে কি কয়।

Daily Horoscope: এই ৰাশিৰ লোক আজি পৰিব পাৰে সমস্যাত! চাওক ৰাশিফল অনুসৰি আজি দিনটো কিদৰে পাৰ হ’ব আপোনাৰ
আজি দিনটোৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 19 Aug 2025 06:00 AM

আজি ১৯ আগষ্ট, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনটোৰ এক বিশেষ গুৰুত্ব আছে। সেয়ে জ্যোতিষ বিশ্বাসী লোকসকলেও মঙলবাৰৰ দিনটোত নানা নীতি-নিয়ম মানি চলা পৰিলক্ষিত হয়। জ্যোতিষ শাস্ত্ৰৰ আধাৰত গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি জ্যোতিষীসকলে ৰাশিফল আগবঢ়ায়। জ্যোতিষ বিশ্বাসীসকলে প্ৰতিদিনে এই ৰাশিফলৰ ওপৰত চকু ফুৰাই সেই অনুসাৰে দিনটোৰ প্ৰস্তুতি চলায়। চাওঁ আহক আজি মঙলবাৰ দিনটোৰ বিষয়ে ৰাশিফলে কি কয়-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। এলাহ ভাৱ ত্যাগ কৰি কৰ্মত আগবাঢ়িব লাগিব ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে শিক্ষাৰ্থীসকলে ক্ৰীড়া সম্পৰ্কীয় যিকোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত কোনো দায়িত্ব লাভ কৰিলে সম্পূৰ্ণৰূপে নিজৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক।

বৃষ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। উপাৰ্জনৰ নতুন পথ মুঠ মুকলি ব্যৱসায়ৰ লগতে আন যিকোনো কামৰ বাবে প্ৰস্তুতি চলাব পাৰে সন্তানৰ মনস্তাত্ত্বিক স্বভাৱৰ বাবে আপোনাৰ লগত বিবাদ হ’ব পাৰে। যিকোনো কাম কৰিলে ভালদৰে সজাগ হৈ থাকিব লাগিব চুবুৰীৰ লোকসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হব।

মিথুন ৰাশিৰ ৰাশিফল

দীৰ্ঘদিনীয়া কিছুমান ইচ্ছা পূৰণ হ’ব পাৰে, ইয়াৰ বাবে আপুনি মানসিকভাৱে সুখী কৰিব। কোনো কাৰণত চিন্তিত হৈ আছিল যদি সেই চিন্তাও দূৰ ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। ভাতৃভগ্নীৰ সম্পৰ্ক উন্নত , পূৰ্বপুৰুষৰ সম্পত্তিৰ বিভাজনৰ ক্ষেত্ৰত সকলো একমত হ’ব বন্ধু-বান্ধৱীৰ সৈতে কোনো সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন পাৰে

কৰ্কট ৰাশিৰ ৰাশিফল

ব্যৱসায়ত সফলতা লাভ কৰিব অচিনাক্ত লোকক বিশ্বাস কৰাৰ পৰা বিৰত থাকিব চাকৰিত নিয়োজিত লোকসকলৰ দৰমহা বৃদ্ধি হ’ব পাৰে। সন্তানৰ আশা পূৰণ কৰিব আৰু তাৰ বাবে মানসিকভাৱে শান্তিও লাভ কৰিব। আপোনাৰ দক্ষতা অনুসাৰে কৰ্মক্ষেত্ৰত কাম কৰিলে সফলতা লাভ কৰিব অভিজ্ঞতাৰ ব্যৱহাৰ কৰা উচিত

সিংহ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব, কিন্তু মাতৃৰ সৈতে কোনো কথাত বিবাদৰ সূত্ৰপাত পাৰে ব্যৱসায়ত কোনো পৰিকল্পনাৰ বাবে চিন্তিত হৈ আছিল যদি সেই পৰিকল্পনাৰ দ্বাৰা ভাল ফল লাভ কৰিব বিবাহিত জীৱনত নতুনত্ব থাকিব সেয়ে পুৰণি কোনো সমস্যা আছিল যদি সেয়া দূৰ

কন্যা ৰাশিৰ ৰাশিফল

আৰ্থিক ক্ষেত্ৰত সাৱধান হোৱা উচিত কৰ্মক্ষেত্ৰত খৰখেদা কৰাৰ বাবে কিছু সমস্যা হ’ব পাৰে। যদি কোনো হতাশাজনক খবৰ লাভ কৰে, তেনে খবৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। আদালত সম্পৰ্কীয় কোনো বিষয়ত জড়িত হৈ আছিল যদি সফলতা প্ৰাপ্তি ধৰ্মীয় কামকাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি

তুলা ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ। অভিভাৱকৰ আশীৰ্বাদত আপোনাৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব। কৰ্ম সংক্ৰান্তত কোনো নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে, অৱশ্যে ভাতৃভগ্নীৰ সহযোগত সকলো সমস্যা সমাধান পৰিয়ালৰ কোনো সদস্যৰ বিবাহ ঠিক ব হ’ব পাৰে। ভ্ৰমণৰ পৰিকল্পনা কৰিছিল যদি আজি বাস্তৱায়িত পাৰে

বৃশ্চিক ৰাশিৰ ৰাশিফল

পাৰিবাৰিক কোনো বিষয়ত আপুনি মানসিকভাৱে কিছু চিন্তি পাৰে নতুন পৰিকল্পনা মতে কৰ্মত আগবঢ়াৰ ইচ্ছা জাগ্ৰত পাৰে কৰ্মক্ষেত্ৰত গাফিলতিৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। আন কাৰোবাৰ বাহন চলোৱাৰ পৰা বিৰত থাকিব লাগিব। হয়তো কোনো পুৰণি ভুলৰ পৰা শিক্ষা

ধনু ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। কাৰোবাক ধন ধাৰে দিছিল যদি সেয়া ঘূৰাই পাব পাৰে। কৰ্মক্ষেত্ৰত কোনো লবীৰ পৰা আঁতৰি থাকিব, অন্যথা আপোনাৰ শত্ৰু বৃদ্ধি পাব পাৰে পাৰিবাৰিক সম্পৰ্কতো তিক্ততাৰ সৃষ্টি হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে এগৰাকী ডাঙৰ নেতাৰ সাক্ষাৎ পাব, ফলত আপোনাৰ ভাবমূর্তি কিছু বৃদ্ধি পাব৷

মকৰ ৰাশিৰ ৰাশিফল

পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, তেওঁলোকৰ আশীৰ্বাদত আপুনি নিজ কামত আগবাঢ়ি যাব স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব আপোনাৰ কথা-বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব অবিবাহিত লোকসকলে সংগীক লগ পাব পাৰিব। কৰ্মক্ষেত্ৰত অহিত চিন্তকৰ সৃষ্টি হ’ব পাৰে, এইক্ষেত্ৰত আপুনি সাৱধান হ’ব লাগিব।

কুম্ভ ৰাশিৰ ৰাশিফল

অপ্ৰয়োজনীয়ভাৱে আন কাৰোবাৰ বিষয়ত হস্তক্ষেপ নকৰিব। পৰিয়ালৰ সদস্যৰ সৈতে এক সুখৰ সময় কটাব পাৰিব। খৰচৰ বিষয়ে পৰিকল্পনা কৰা উচিত ব। কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে কোনো পুৰণি লেনদেনৰ বাবে চিন্তিত হৈ আছিল যদি সেই চিন্তা আজি দূৰ হঠাতে বাহনৰ বিজুতিৰ বাবে ধনৰ ব্যয় বৃদ্ধি পাব পাৰে।

মীন ৰাশিৰ ৰাশিফল

ব্যৱসায়ত শুভ আশা কৰাৰ দৰে লাভৰ মুখ দেখিব অংশীদাৰিত্ব ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিব পাৰে নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছিল যদি আজি ঋণৰ বাবে আবেদন কৰিব পাৰে অচিনাক্ত লোকক সহজতে বিশ্বাসত নলব। সন্তানে আপোনাৰ সৈতে শিক্ষা সংক্ৰান্তত আলোচনা কৰিব পাৰে, ইয়াৰ দ্বাৰা সন্তানৰ মানসিক চাপ দূৰ