শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বিশ্বনাথত উচ্ছেদ, আছুৰ দাবীৰ পৰা ট্ৰাম্প বিৰোধী প্ৰতিবাদলৈ, দিনটোৰ খবৰ...

বিশ্বনাথত উচ্ছেদ, আছুৰ দাবীৰ পৰা ট্ৰাম্প বিৰোধী প্ৰতিবাদলৈ, দিনটোৰ খবৰ…

Barasha Sarma
Barasha Sarma | Published: 17 Aug 2025 22:04 PM

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা-পৰিঘটনা ঘটে। অসমৰ পৰা আমেৰিকাৰ প্ৰতিবাদলৈ, আজিৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা তলত উল্লেখ কৰা হ'ল।

১) বিশ্বনাথ জিলাৰ ননকে জাপৰিগুৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান।

২) গুৱাহাটীৰ বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সাংগঠনিক কৰ্মশালা।

৩)ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰী শিক্ষক নিযুক্তি দিয়াৰ বিৰোধিতা কৰি বৈঠক।

৪)পুৰণি শিক্ষাবৰ্ষ কাৰ্যকৰী কৰাৰ দাবী আছুৰ।

৫) ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সংবাদমেল।

৬)দিল্লী-এনচিআৰক উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।

৭)ঘোষণা এছিয়া কাপ ২০২৫ আৰু ট্ৰাই ছিৰিজৰ বাবে পাকিস্তানৰ ১৭ জনীয়া দল। দলত নাই বাবৰ আজম আৰু ৰিজৱান।

৮) এলভিছ যাদৱৰ ঘৰত গুলীচালনাৰ ঘটনা।

৯)ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ।