India-Pakistan War Updates: অসমত বাতিল সকলো বিহুৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ | All Bihu events canceled in Assam, CM himanta biswa Sharma made the announcement due to the wartime situation Assam news - Assam Tv9

India-Pakistan War Updates: অসমত বাতিল সকলো বিহুৰ অনুষ্ঠান, মুখ্যমন্ত্ৰীয়ে দিলে এই নিৰ্দেশ

Published: 

09 May 2025 | 09:38 AM

দেশত যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাইলৈৰ পৰা অসমৰ সকলো বিহু অনুষ্ঠান বাতিল কৰাৰ দিছে নিৰ্দেশনা।

1 / 5অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে নিশা দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। কিয়নো নিশা পাকিস্তানে পঞ্জাৱ, ৰাজস্থানৰ লগতে জম্মু-কাশ্মীৰত আক্ৰমণ কৰে।

অব্যাহত আছে ভাৰত-পাকিস্তানৰ মাজত সংঘাত। বৃহস্পতিবাৰে নিশা দুয়োখন দেশৰ মাজত উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে। কিয়নো নিশা পাকিস্তানে পঞ্জাৱ, ৰাজস্থানৰ লগতে জম্মু-কাশ্মীৰত আক্ৰমণ কৰে।

2 / 5

এই যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাপে শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈছে। বৰ্তমান পাকিস্তানৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ বাহিৰেও পশ্চিমবংগ, পঞ্চকুলা আৰু চণ্ডীগড়ৰ বিদ্যালয়সমূহৰ বাবে বন্ধ ঘোষণা কৰিছে।

3 / 5

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত ১০ মে'ৰ পিছৰ পৰা সকলো বিহু অনুষ্ঠান বাতিল। যুদ্ধকালীন পৰিস্থিতিৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ।

4 / 5

ইতিমধ্যে উত্তৰপূৱ সীমান্তটো হাই এলাৰ্ট জাৰি কৰা হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কটকটীয়া হৈ পৰিছে নিৰাপত্তা বেষ্টনী।

5 / 5

সতৰ্কতা আৰু সমব্যথাৰ বাবে মুখ্যমন্ত্ৰীয়ে কাইলৈৰ পৰা অসমত সকলো বিহু অনুষ্ঠান বাতিল কৰিবলৈ এই নিৰ্দেশনা দিছে। X যোগে কিছুসময় পূৰ্বে এই কথা প্ৰকাশ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...