হ্ৰাস পাব ওজন, গজালি মেলা মগুৰ পৰা কি কি উপকাৰ হয়, জানক | sprouted moong benefits in assamese Assam news - Assam Tv9

হ্ৰাস পাব ওজন, গজালি মেলা মগুৰ পৰা কি কি উপকাৰ হয়, জানক

Updated On: 

24 Aug 2024 | 10:23 PM

গজালি মেলা মগু আপুনি খাই ভাল পাই নে ? গজালি মেলা মগু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ওজন হ্ৰাস কৰাতো সহায় কৰে গজালি মেলা মগুৱে । গজালি মেলা মগু খালে কি কি উপকাৰ হয় জানো আহক।

1 / 8গজালি মেলা মগু আপুনি খাই ভাল পাই নে ? গজালি মেলা মগু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ওজন হ্ৰাস কৰাতো সহায় কৰে গজালি মেলা মগুৱে ।

গজালি মেলা মগু আপুনি খাই ভাল পাই নে ? গজালি মেলা মগু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী । ওজন হ্ৰাস কৰাতো সহায় কৰে গজালি মেলা মগুৱে ।

2 / 8

গজালি মেলা মগুৰ বহু উপকাৰিতা আছে । পুৱাই গজালি মেলা মগু খালে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰি । গজালি মেলা মগু খালে কি কি উপকাৰ হয় জানো আহক।

3 / 8

গজালি মেলা মগুৰ পৰা বহু পৰিমাণে প্ৰটিন পাব পাৰি । ইয়াত থকা প্ৰটিন আৰু কাৰ্বহাইড্ৰেট সহজে হজম হয়।

4 / 8

গৱেষণাত দেখা গৈছে যে, গজালি মেলা মগু খালে হজম শক্তি উন্নত হয়। ই পাচন এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে।

5 / 8

মগুৰ গজালিয়ে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে । বিভিন্ন গৱেষণাত দেখা গৈছে যে, গজালি মেলা মগু খালে বিপাকীয় হাৰ বৃদ্ধি পায় আৰু আন্ত্ৰিক স্বাস্থ্য উন্নত হয়।

6 / 8

গজালি মেলা মগুত এন্টিঅক্সিডেন্ট, পটাছিয়াম আৰু মেগনেছিয়াম থাকে। গজালি মেলা মগু খালে উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু হৃদৰোগৰ আশংকা আঁতৰাই ।

7 / 8

ডায়েবেটিছ ৰোগীয়েও গজালি মেলা মগু খাব পাৰে। মগুত গ্লাইচেমিক সূচকাংক কম আৰু ইয়াত আঁহৰ পৰিমাণ বেছি। গৱেষণা অনুসৰি টাইপ ২ ডায়েবেটিছত গজালি মেলা মগু সেৱন কৰিব পাৰি।

8 / 8

গজালি মেলা মগুত বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট থাকে। ছালৰ সমস্যা কমোৱাত গজালি মেলা মগু উপযোগী।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...