Happy Friendship Day wishes: বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীক বিশেষ অনুভৱ কৰাবলৈ প্ৰেৰণ কৰক এইসমূহ বাৰ্তা

বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে। প্ৰত্যেকজন ব্যক্তিৰ জীৱনত নিজে বন্ধু বাচি ল’ব পাৰে। যাৰ সৈতে বন্ধুত্বৰ বান্ধোন ডাল চিৰজীৱনৰ বাবে বান্ধ খাই পৰে। এই বিশেষ দিনটোত প্ৰিয় বন্ধু-বান্ধৱীক দিয়ক শুভেচ্ছা বাৰ্তা...

Happy Friendship Day wishes: বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীক বিশেষ অনুভৱ কৰাবলৈ প্ৰেৰণ কৰক এইসমূহ বাৰ্তা

বন্ধুত্ব দিৱসত প্ৰিয় বন্ধু-বান্ধৱীক প্ৰেৰণ কৰক এইসমূহ বাৰ্তা

Updated On: 

02 Aug 2025 | 05:14 PM

বন্ধুত্ব হ’ল এনে এক সম্পৰ্ক যিটো জন্মৰ পৰাই নাথাকে, কিন্তু আমি নিজেই বনাওঁ আৰু নিজৰ ইচ্ছামতে এজন ব্যক্তিক আমাৰ জীৱনত এক বিশেষ স্থান দিওঁ। কেতিয়াবা বন্ধুত্ব তেজৰ সম্পৰ্কতকৈ বহু গভীৰ হ’ব পাৰে। বন্ধুত্বৰ সম্পৰ্ক অতি বিশেষ। জীৱনত আগবাঢ়ি যাবলৈ আমাক প্ৰেৰণা দিয়ে। প্ৰত্যেকজন ব্যক্তিৰ জীৱনত নিজে বন্ধু বাচি ল’ব পাৰে। যাৰ সৈতে বন্ধুত্বৰ বান্ধোন ডাল চিৰজীৱনৰ বাবে বান্ধ খাই পৰে।

বন্ধুৰ লগত আমি আমাৰ মনলৈ অহা যিকোনো কথা পাতিব পাৰো আৰু যিয়ে আমাক জীৱনৰ প্ৰতিটো সময়তে সহায় কৰে। প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম দেওবাৰে বন্ধুত্ব দিৱস পালন কৰা হয়।

এই দিনটোত বন্ধু-বান্ধৱীক শুভেচ্ছা বাৰ্তা, ফুল, বন্ধুত্বৰ বেণ্ড আৰু উপহাৰ দি মানুহে নিজৰ মৰম আৰু যত্ন প্ৰকাশ কৰে। এই বিশেষ দিনটোত আপোনাৰ প্ৰিয় বন্ধু-বান্ধৱীক এইদৰে দিয়ক শুভেচ্ছা।

  • বন্ধুত্ব কেতিয়াও নেহেৰুৱাই, হেৰাই যায় মাথোঁ সেই মানুহবোৰ…বন্ধুত্ব দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা।
  • বন্ধুত্ব হৈছে সুখ আৰু দুখৰ কাহিনীৰ নাম। বন্ধুত্ব হৈছে সদায় হাঁহি থকাৰ ৰহস্য।
  • বন্ধুবোৰ হেৰাই যাবলৈ নিদিব, ধৰি ৰাখক আলফুলে মৰমেৰে.. বন্ধুত্ব দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা।
  • বন্ধুত্ব হৈছে এনে এক মধুৰ সম্পৰ্ক যিটো সময়ৰ লগে লগে কেতিয়াও শেষ নহয়। বন্ধুত্ব দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা।
  • বন্ধু হৈছে সুখ-দুখৰ সংগী, নাই ধনী-দুখীয়া আৰু উচ্চ-নীচ…বন্ধুত্ব দিৱসৰ প্ৰীতি আৰু শুভেচ্ছা।
  • বন্ধুত্ব কাগজৰ নহয়, হৃদয়ৰ ভাষা… Happy Friendship Day

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...