ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে মোগল সম্ৰাট হুমায়ুনে নিজৰ পুত্ৰ আকবৰক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ মাজতে আজিৰ দিনটোত জাৰ্মানীয়ে ছোভিয়েট ৰাছিয়াক আক্ৰমণ কৰে। ইয়াৰ লগতে আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনাসমূহ চাওঁ আহক ।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
Updated On: 

22 Jun 2025 07:35 AM

আজিৰ ২২ জুনৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । আজিৰ দিনটোতে মোগল সম্ৰাট হুমায়ুনে নিজৰ পুত্ৰ আকবৰক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। আজিৰ দিনটোতে ছুইডেনে ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰে। দ্বিতীয় বিশ্বযুদ্ধ চলি থকাৰ মাজতে আজিৰ দিনটোত জাৰ্মানীয়ে ছোভিয়েট ৰাছিয়াক আক্ৰমণ কৰে। ইয়াৰ লগতে আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনাসমূহ চাওঁ আহক ।

দিনটোৰ ইতিহাস

  1. ১৫৫৫ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট হুমায়ুনে নিজৰ পুত্ৰ আকবৰক উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে।
  2. ১৯০৬ চনৰ আজিৰ দিনটোতে ছুইডেনে ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ কৰে।
  3. ১৯১১ চনৰ আজিৰ দিনটোতে পঞ্চম জৰ্জ ইংলেণ্ডৰ ৰজা হয়।
  4. ১৯৪১ চনত দ্বিতীয় বিশ্বযুদ্ধত জাৰ্মানীয়ে ছোভিয়েট ৰাছিয়াক আক্ৰমণ কৰে।
  5. ১৯৩২ চনৰ ২২ জুনত হিন্দী চিনেমাৰ তাৰকা খলনায়ক অমৃশ পুৰীৰ জন্ম হয়।
  6. ১৯৪৪ চনত আমেৰিকাই অৱসৰপ্ৰাপ্ত সৈনিকক সহায় কৰিবলৈ আইন প্ৰণয়ন কৰে।
  7. ১৯৮১ চনত আমেৰিকাৰ সংগীতজ্ঞ জন লেননৰ হত্যাকাৰীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে।
  8. ২০০৯ চনৰ আজিৰ দিনটোতে ভাৰতত একবিংশ শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ দেখা গৈছিল।

লগতে পঢ়ক : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

Morning News: চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আপোনাৰ এটা ভুলৰ বাবেই দূৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক
হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...