ইতিহাসৰ পাতত লিপিবদ্ধ ৩১ মে’ৰ দিনটোৰ ঘটনা পৰিঘটনা…

১৭৭৪ চনৰ আজি দিনটোতে ভাৰতত প্ৰথম ডাক সেৱাৰ কাৰ্যালয় মুকলি কৰা হয়। ১৯২১ চনৰ আজি দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা গ্ৰহণ কৰা হয়। ইয়াৰ লগতে ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ ৩১ মে’ৰ দিনটোৰ ঘটনা পৰিঘটনা…
Updated On: 

31 May 2025 | 07:27 AM

প্ৰতি বছৰে ৩১ মে’ত বিশ্বই ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ আৰু ধূমপান আৰু ধঁপাতজাতীয় সামগ্ৰী সেৱনৰ বিৰুদ্ধে সজাগতা সৃষ্টি উদ্দেশ্যে ধঁপাত বিৰোধী দিৱস পালন কৰে, যাক বিশ্ব ধঁপাত নিষিদ্ধ দিৱস বুলিও কোৱা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত চলি থকা এই বিশ্বব্যাপী অভিযানৰ লক্ষ্য হৈছে ধঁপাত সেৱনৰ ভয়াৱহ স্বাস্থ্যজনিত পৰিণতিৰ পৰা বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা।

ইফালে, আজি ৩১ মে’ৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৭৭৪ চনৰ আজি দিনটোতে ভাৰতত প্ৰথম ডাক সেৱাৰ কাৰ্যালয় মুকলি কৰা হয়। ১৯২১ চনৰ আজি দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা গ্ৰহণ কৰা হয়। ১৯৯৪ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। ইয়াৰ লগতে ইতিহাসৰ পাতত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৭৭৪ চনৰ আজি দিনটোতে ভাৰতত প্ৰথম ডাক সেৱাৰ কাৰ্যালয় মুকলি কৰা হয়।
  2. ১৮৬৭ চনৰ আজি দিনটোতে বম্বেত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা হয়।
  3. ১৯২১ চনৰ আজি দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকা গ্ৰহণ কৰা হয়।
  4. ১৯৫৯ চনৰ আজি দিনটোতে বৌদ্ধ ধৰ্মগুৰু দালাই লামাক ভাৰতত আশ্ৰয় দিয়া হয়।
  5. ১৯৯৪ চনৰ আজি দিনটোতে দক্ষিণ আফ্ৰিকা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
  6. ১৯৯৬ চনৰ আজি দিনটোতে বেঞ্জামিন নেতানিয়াহু ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

লগতে পঢ়ক : পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

লগতে পঢ়ক : আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...