ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰ প্ৰস্তুত কৰিবলৈ এখন কমিটী গঠন কৰা হয়। আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিলৰ জন্ম হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা ।

ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

History All (2) (37)

Updated On: 

11 Jun 2025 | 08:12 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ১১ জুনৰ দিনটোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে । ১৯৩৫ চনৰ আজিৰ দিনটোতে এডউইন আৰ্মষ্ট্ৰঙে প্ৰথমবাৰৰ বাবে এফ এম সম্প্ৰচাৰ কৰিছিল। আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰ প্ৰস্তুত কৰিবলৈ এখন কমিটী গঠন কৰা হয়। আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিলৰ জন্ম হয়। ইয়াৰ লগতে চাওঁ আহক আজিৰ দিনটোত ঘটা কেইটামান ঘটনা পৰিঘটনা ।

দিনটোৰ ইতিহাস

  1. ১৭৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ স্বাধীনতা ঘোষণাপত্ৰ প্ৰস্তুত কৰিবলৈ এখন কমিটী গঠন কৰা হয়।
  2. ১৮৮০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰথম সংসদ সদস্য ৰাফিনৰ জন্ম হয়।
  3. ১৮৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামপ্ৰসাদ বিছমিলৰ জন্ম হয়।
  4. ১৯৮৭ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে কৃষ্ণাংগ সম্প্ৰদায়ৰ এবট, পল ব’টেং আৰু বাৰ্নি ব্ৰিটেইনৰ সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়।
  5. ১৯৩৫ চনৰ আজিৰ দিনটোতে এডউইন আৰ্মষ্ট্ৰঙে প্ৰথমবাৰৰ বাবে এফ এম সম্প্ৰচাৰ কৰে।
  6. ১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জন্ম হয়।
  7. ২০০৬ চনৰ আজিৰ দিনটোতে নেপালী সংসদে সৰ্বসন্মতিক্ৰমে ৰজাৰ ভেটো অধিকাৰ বিলুপ্ত কৰে।

লগতে পঢ়ক : আজি বুুধবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

বৃদ্ধি পালে আশা কৰ্মী-ছুপাৰভাইজাৰৰ মাহেকীয়া মাননি, এতিয়াৰ পৰা কিমান টকাকৈ পাব ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...