ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে আমেৰিকাই স্বাধীনতা লাভ কৰিছিল। আজিৰ দিনটোতে স্বামী বিবেকানন্দৰ মৃত্যু হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

04 Jul 2025 | 10:50 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৪ জুলাইৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে আমেৰিকাই স্বাধীনতা লাভ কৰিছিল। আজিৰ দিনটোতে স্বামী বিবেকানন্দৰ মৃত্যু হয়। চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

  1. ১৭৭৬ চনৰ ৪ জুলাইত আমেৰিকাই গ্ৰেট ব্রিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। এই দিনটো আমেৰিকাত প্ৰতি বছৰে স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
  2. ১৯০২ চনৰ ৪ জুলাইত এগৰাকী ভাৰতীয় হিন্দু সন্ন্যাসী, দাৰ্শনিক, লেখক, ধৰ্মগুৰু স্বামী বিবেকানন্দৰ মৃত্যু হয়।
  3. ১৮৯৮ চনৰ ৪ জুলাইত জন্মগ্ৰহণ কৰা গুলজাৰীলাল নন্দই দুবাৰকৈ ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  4. ১৮৯৭ চনৰ ৪ জুলাইত ভাৰতীয় স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰাম ৰাজুৰ জন্ম হৈছিল।
  5. ১৯৯৬ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিন পুনৰ চাৰি বছৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়।
  6. ২০০৬ চনত গান্ধী শান্তি বঁটা বিজয়ী তথা ভাৰতত জাৰ্মানীৰ প্ৰাক্তন ৰাষ্ট্ৰদূত গেৰহাৰ্ড ফিচাৰৰ মৃত্যু হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...