ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ৪ জানুৱাৰী। বহু ঘটনা পৰিঘটনাৰ বাবে এই দিনটো ইতিহাসৰ হাতত লিপিবদ্ধ হৈ আছে। এই দিনটোত ক'ত কি ঘটিছিল চাওঁ আহক।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোত ঘটা ঘটনা পৰিঘটনা...
Updated On: 

05 Jan 2026 | 03:12 PM

বহু ঘটনা পৰিঘটনাৰ বাবে ৫ জানুৱাৰীৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে।১৬৭১ চনৰ ৫ জানুৱাৰীত ছাত্রপতি শিৱাজী মহাৰাজে মোগলৰ পৰা ছালহেৰ অঞ্চল দখল কৰে। এদিনীয়া ক্ৰিকেটৰ ইতিহাসতো এই দিনটোৰ বিশেষ তাৎপৰ্য আছে। ১৯৭১ চনৰ আজিৰ দিনটোতে ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত এক দিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয়। খেলখনত ৪০ অভাৰৰ হয়। মেচখনত অষ্ট্ৰেলিয়াই জয়লাভ কৰে, আৰু ইংলেণ্ডৰ জন এড্ৰিচে এদিনীয়া ইতিহাসৰ প্ৰথমটো মেন অৱ দ্য মেচৰ বঁটা লাভ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৬৭১ চনত ছাত্রপতি শিৱাজী মহাৰাজে মোগলৰ পৰা ছালহেৰ অঞ্চল দখল কৰে।

১৯৩৩ চনত আমেৰিকাৰ ছান ফ্ৰান্সিস্কোত দোলনীয় গোল্ডেন গেট দলং নিৰ্মাণ আৰম্ভ হয়।

১৯৭০ চনত চীনৰ ইউনান প্ৰদেশত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত ১৫ হাজাৰ লোকৰ মৃত্যু হয়।

১৯৭১ চনত ক্ৰিকেটৰ ইতিহাসত প্ৰথমখন সীমিত অভাৰৰ ৱান ডে ইণ্টাৰনেশ্যনেল খেল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয়।

১৯৯৩ চনত নৰৱেৰ পৰা কানাডালৈ প্ৰায় ৮৫,০০০ টন খাৰুৱা তেল কঢ়িয়াই অনা এখন তেল টেংকাৰ ধুমুহাত আবদ্ধ হৈ শ্বেটলেণ্ড দ্বীপপুঞ্জৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

২০১৪ চনত ভাৰতীয় যোগাযোগ উপগ্ৰহ GSAT-14 সফলতাৰে কক্ষপথত স্থাপন কৰা হয়।

২০২০ চনত নিউজিলেণ্ডৰ বেটছমেন লিঅ’ কাৰ্টাৰে এটা অভাৰত ৬টা ছয় কৰে।

১৯৫৫ চনত পশ্চিমবংগৰ একাদশতম মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী মমতা বেনাৰ্জীৰ জন্ম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...