আজি ৩ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

আজি ৩ আগষ্ট, দেওবাৰ। ১৪৯২ চনৰ আজিৰ দিনটোতে ক্রিষ্টোফাৰ কলম্বাছৰ আমেৰিকা ভ্ৰমণ আৰম্ভ হয়। ১৯৪৬ চনত এনবিএ প্ৰতিষ্ঠা হয়। লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

আজি ৩ আগষ্ট, চাওঁ আহক ইতিহাসৰ পাতত লিপিবদ্ধ দিনটোৰ ঘটনা পৰিঘটনা…

দিনটোৰ ইতিহাস

Published: 

03 Aug 2025 09:22 AM

আজি ৩ আগষ্টৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৪৯২ চনৰ আজিৰ দিনটোতে ক্রিষ্টোফাৰ কলম্বাছৰ আমেৰিকা ভ্ৰমণ আৰম্ভ হয়। ১৯৪৬ চনত এনবিএ প্ৰতিষ্ঠা হয়। একেদৰে আজিৰ দিনটোতে জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাস

১৪৯২ চনত ক্রিষ্টোফাৰ কলম্বাছে স্পেইনৰ পাল’ছৰ পৰা আমেৰিকালৈ প্রথম যাত্ৰাআৰম্ভ কৰে।

১৬৯২ চনত ষ্টিনকাৰ্ক যুদ্ধ হয়, ফৰাচীসকলে ইংৰাজ আৰু ডাচ বাহিনীক পৰাস্ত কৰে।

১৭৯৮ চনত এডমিৰেল নেলছনৰ নেতৃত্বত ব্ৰিটিছে নীল নদীৰ যুদ্ধত ফৰাচীৰ বিৰুদ্ধে নিৰ্ণায়ক বিজয় লাভ কৰে।

১৯১৪ চনত জাৰ্মানীয়ে প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভণিতে ফ্ৰান্সৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৪৬ চনত নেচনেল বাস্কেটবল এছ’চিয়েশ্যন (এনবিএ) প্ৰতিষ্ঠা হয়।

১৯৪৬ চনত ইণ্ডিয়ানাৰ চান্টাক্লজত বিশ্বৰ প্ৰথমখন থিম পাৰ্ক চান্টাক্লজ লেণ্ড (বৰ্তমান হলিডে ৱৰ্ল্ড এণ্ড স্প্লেশ্বিন’ ছাফাৰী) মুকলি কৰা হয়।

২০০৫ চনত মৰিটানিয়াত সামৰিক অভ্যুত্থান ঘটে আৰু ইৰাণত মাহমুদ আহমদিনেজাদে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।

১৯৪৭ চনত আগষ্ট মাহৰ প্ৰথম সপ্তাহত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰে। তেওঁ কাশ্মীৰ ভ্ৰমণ কৰা প্ৰথমজন নেতা আছিল।

ধনৰ অভাৱত ভুগিছে নেকি? কৰক এই সহজ কাম, সকলো বাধা দূৰ হ'ব!
ভয়ানক কোনো সপোন দেখি কঁপি উঠিছে নেকি? প্ৰেমানন্দ মহাৰাজে ক’লে আঁৰৰ কাৰণ...
গা ধুলে প্ৰথমে ক'ত পানী ঢালে? ৯৯% লোকে নাজানে সঠিক নিয়ম!
প্ৰটিনৰ অভাৱ: কাৰণ, লক্ষণ আৰু আপোনাৰ শৰীৰক ইয়াৰ প্ৰয়োজন কিয়?