3 AUG 2025
TV9 ASSAM
যদি আপুনিও আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে তেন্তে নিশ্চিতভাৱে এই প্ৰতিকাৰ কৰক।
প্ৰতি শুকুৰবাৰে ঘৰত শ্ৰী সুক্ত পাঠ কৰি সৰিয়হৰ তেলৰ চাকি জ্বলাই তাত চাউল দিব।
সন্ধিয়া আপোনাৰ ঘৰৰ দুৱাৰমুখত সৰিয়হৰ তেলৰ জ্বলাব, ৰৈ যোৱা তেলখিনি পিছদিনা আহত গছত আগবঢ়াওক।
ৰাতিপুৱা সাৰ পোৱাৰ পিছত মা ধৰিত্ৰীক স্পৰ্শ কৰি হাতৰ তলুৱা মুখত লগাব। এই জীৱনৰ বাবে ধন্যবাদ দিব...
শনিবাৰে আপোনাৰ ঘৰ চাফা কৰক, আৰু ঘৰৰ পৰা পুৰণি ভঙা আৰু ফটা বস্তু আঁতৰাই পেলাওক।
এইবোৰ আঁতৰাই দিলে ঘৰলৈ সমৃদ্ধি আহে।
পুৰণি ফটা আৰু ভঙা বস্তুৱে ঘৰত নেতিবাচকতা আনে আৰু ধনৰ খৰচ বাঢ়ে।
চাবলৈ ক্লিক কৰক