ভয়ানক সপোনৰ অৰ্থ কি? ক’লে প্ৰেমানন্দ মহাৰাজে

3 August 2025

TV9 ASSAM

প্ৰায় প্ৰতিজন লোকেই টোপনিৰ সময়ত সপোন দেখে। কেতিয়াবা এই সপোন যথেষ্ট ভয়ংকৰ হ’ব পাৰে। এনে সপোনে সকলোকে ভীতিগ্ৰস্ত কৰি তোলে।

সপোন

এনে ভয়ংকৰ সপোনে কি সূচায়, সেয়া বহুলোকে জানিব বিচাৰে। বৃন্দাবনৰ জনপ্ৰিয় আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজে ইয়াৰ অৰ্থ ব্যাখ্যা কৰিছে।

ভয়ংকৰ সপোন

প্ৰেমানন্দ মহাৰাজে উল্লেখ কৰা মতে যদি কোনো ব্যক্তিয়ে অজানিতে কোনো পাপ কৰে, তেতিয়া তেওঁ ভয়ানক সপোন দেখা পাব পাৰে।

অজ্ঞাত পাপ

প্ৰেমানন্দ মহাৰাজৰ ভাষাত, কোনো এজন লোকে হঠাতে অজ্ঞাতেই কোনো জীৱৰ ওপৰত ভৰি দিয়ে আৰু ইয়াৰ ফলত কোনো কীট পতঙ্গৰ মৃত্যু হয়।

সপোনৰ অৰ্থ

তেওঁ লগতে কয় যে কোনো লোকেই নিৰীহ জীৱক ইচ্ছাকৃতভাৱে হত্যা নকৰে, তথাপি সেই জীৱই সপোনত আহি ব্যক্তিজনক আঘাত দিয়ে।

অনাকাংক্ষিত

কেতিয়াবা কিছুমান সপোনৰ কোনো যুক্তি নাথাকে। মানুহে যেনেকৈ কিছুমান অবাস্তৱিক কল্পনা কৰে, তেনেকৈ কিছুমান সপোনৰ কোনো যুক্তি নাই।

অৰ্থহীন সপোন

এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ তেওঁৰ ব্যক্তিগত মতামত। এই ক্ষেত্ৰত TV9 Assam-এ কোনো দায়িত্ব বহন নকৰে।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

টোপনিৰ অভাৱত দেহত হ'ব পাৰে এনে ক্ষতি