Modi on Donald trump: ঐতিহাসিক জয়ৰ বাবে অভিনন্দন মোৰ বন্ধু- ড’নাল্ড ট্ৰাম্পক শুভকামনা মোদীৰ
Modi on Donald trump: আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ড'নাল্ড ট্ৰাম্প। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা ট্ৰাম্পক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই জয় ঐতিহাসিক বুলি কয় মোদীয়ে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5