শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Union Budget 2026: এইবাৰ নিৰ্মলাৰ বাজেটৰ পৰা কি কি আশা কৰিছে সাধাৰণ ৰাইজে ?

Union Budget 2026: এইবাৰ নিৰ্মলাৰ বাজেটৰ পৰা কি কি আশা কৰিছে সাধাৰণ ৰাইজে ?

Manas Borah
Manas Borah | Published: 25 Jan 2026 23:06 PM

এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ। এইবাৰ দেওবাৰৰ দিনটোতে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইতিমধ্যে বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশা দেখা গৈছে।

মাজত মাত্ৰ কেইটামান দিন বাকী। তাৰ পাছতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। এইবাৰ ১ ফেব্ৰুৱাৰী দেওবাৰ। এইবাৰ দেওবাৰৰ দিনটোতে বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ইতিমধ্যে বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ মাজত যথেষ্ট আশা দেখা গৈছে। চৰকাৰে কি কি আশা পূৰণ কৰিব পাৰে?

কেন্দ্ৰীয় বাজেট ২০২৫ তেই চৰকাৰে আয়কৰ আৰু জি এছ টিৰ ৰেহাই দিছে। এইবাৰ আয়কৰত নতুন ৰেহাই দিয়াৰ সম্ভাৱনা সেয়েহে কম। কিন্তু বিশেষজ্ঞসকলৰ মতে, আয়কৰৰ সংস্কাৰৰ সুযোগ এতিয়াও আছে। কেন্দ্ৰীয় চৰকাৰে এইবাৰো বাজেটত আয়কৰ ৰেহাই ঘোষণা কৰিব পাৰে।