ইন্দোৰৰ এদিনীয়া শৃংখলাৰ পাছত মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত তিনিখন খেলৰ এদিনীয়া শৃংখলা হয়। ইয়াৰে অন্তিমখন খেল ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। এই খেলখনত টিম ইণ্ডিয়া ৪১ ৰানত পৰাস্ত হয়। ইয়াৰ লগে লগে নিউজিলেণ্ডে ২-১ গ’লত শৃংখলাটো জয় কৰে। ইয়াৰ পাছতে কোহলিক দেখা যায় বিমান বন্দৰত।