মহানগৰ আৰক্ষী আয়ুক্ত ড° পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান। শিলচৰ অসম বিশ্ববিদ্যালয়ে ডি. লিট সন্মানেৰে সন্মানিত কৰিলে আৰক্ষী বিষয়াগৰাকীক।