প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ শিখা শৰ্মা। শিখা শৰ্মাৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। তাৰ পাছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।