শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পোৱা গৈছে ইউৰেনিয়াম! শিশুৰ বাবে বিষাক্ত নেকি মাতৃদুগ্ধ?

পোৱা গৈছে ইউৰেনিয়াম! শিশুৰ বাবে বিষাক্ত নেকি মাতৃদুগ্ধ?

monjit-dutta
Monjit Dutta | Published: 25 Nov 2025 22:10 PM

বিহাৰৰ ছয়খন জিলাত কৰা এই অধ্যয়নে পোহৰলৈ আনিছে এনে চাঞ্চল্যকৰ তথ্য। পিছে এয়া কেনেকৈ সম্ভৱ? কিদৰে মাতৃ দুগ্ধত ইউৰেনিয়াম পোৱা গ’ল? এনে প্ৰশ্নসমূহ নিশ্চিতভাৱে আপোনাৰ মনতো ক্ৰিয়া কৰিব। গতিকে এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ লাভৰ বাবে সম্পূৰ্ণকৈ চাওক ভিডিঅ’...

সন্তানৰ বাবে মাতৃদুগ্ধ আটাইতকৈ পুষ্টিকৰ খাদ্য বুলি কোৱা হয়। এয়া সম্পূৰ্ণ বিজ্ঞানসন্মত তথ্য। পিছে এই পুষ্টিকৰ মাতৃদুগ্ধ এতিয়া সন্তানৰে বাবে পুষ্টিকৰ নহয়, বিষাক্তহে হৈ পৰিছে। আপুনি আচৰিত হ’লেও এয়া সঁচা। শেহতীয়া এক অধ্যয়নে এই ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। এই অধ্যয়ন কৰিছে বিহাৰৰ পাটনাস্থিত মহাবীৰ কেঞ্চাৰ ইনষ্টিটিউট আৰু দিল্লী এইমছে। দুয়োটা প্ৰতিষ্ঠানৰ এই যৌথ অধ্যয়নত পোহৰলৈ অহা তথ্য অনুসৰি মাতৃদুগ্ধত পোৱা গৈছে দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক ইউৰেনিয়াম।

বিহাৰৰ ছয়খন জিলাত কৰা এই অধ্যয়নে পোহৰলৈ আনিছে এনে চাঞ্চল্যকৰ তথ্য। পিছে এয়া কেনেকৈ সম্ভৱ? কিদৰে মাতৃ দুগ্ধত ইউৰেনিয়াম পোৱা গ’ল? এনে প্ৰশ্নসমূহ নিশ্চিতভাৱে আপোনাৰ মনতো ক্ৰিয়া কৰিব। গতিকে এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ লাভৰ বাবে সম্পূৰ্ণকৈ চাওক ভিডিঅ’…