মঙলবাৰে বিধানসভাত জুবিন গাৰ্গক ৰহস্যজনক মৃত্যুক লৈ কেইবাটাও ডাঙৰ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ এক প্ৰকাৰে দাবী কৰিছে যে, জুবিনক হত্যা কৰা হৈছিল।