লাচিত দিৱসৰ দিনাই কংগ্ৰেছক উদ্দেশ্য কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বহু কটাক্ষমূলক মন্তব্য কৰে। লগতে আন বিৰোধী দলকো আক্ৰমণৰ লক্ষ্য কৰি লয় দিলীপ শইকীয়াই । তেওঁ কয়, "লুৰীণজ্যোতি গগৈৰ নিচিনা ব্যাক্তিয়ে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হয়, তাতকৈ দুৰ্ভাগ্যজনক কথা একো নাই"।