জুবিন গাৰ্গৰ 'পলিটিক্স নকৰিবা বন্ধু' গীতটোক লৈ আজি বিধানসভাত বিতৰ্ক হোৱা দেখা যায়। মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিতৰ্কত লিপ্ত হয় বিধায়ক অখিল গগৈ। জুবিনে কাৰ বাবে গাইছিল এই গীতটো ?