দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ। ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰেন্যায়াধীশ সূৰ্য কান্তে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত বাক্য পাঠ কৰোৱায়। দেওবাৰে সন্ধিয়া ন্যায়াধীশ বি আৰ গাভাইৰ অৱসৰৰ পিছতে ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে সূৰ্য কান্তক।