শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
স্বাস্থ্য বীমা থকাৰ পাছতো দুৰ্ঘটনা বীমাৰ প্ৰয়োজন কি?

স্বাস্থ্য বীমা থকাৰ পাছতো দুৰ্ঘটনা বীমাৰ প্ৰয়োজন কি?

barasha-sarma
Barasha Sarma | Published: 25 Nov 2025 20:41 PM

Insurance: আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বীমা থাকে। কিন্তু সকলো বীমাৰে কাম বেলেগ বেলেগ। সেয়ে দুৰ্ঘটনা বীমাৰ প্ৰয়োজন বেলেগ হয়। এই কথা জনা দৰকাৰ। আজিৰ দিনত দুৰ্ঘটনা বীমাৰ প্ৰয়োজনীয়তা আছে।

জন্ম হ’লে মৃত্যু হ’বই। পিছে মানুহৰ সমস্যা কেতিয়া আহে কোনোৱে কব নোৱাৰে। কেতিয়াবা হঠাতে দুৰ্ঘটনা কেতিয়াবা আকৌ বেমাৰ হয়। এনেবোৰ সমস্যাত আৰ্থিক সকাহ লাভ কৰিবলৈ মানুহে বিভিন্ন ধৰণৰ বীমা লয়। ভাবে এই বীমাৰ দ্বাৰা সকলো ঠিক হ’ব। কিন্তু সকলো বীমা একে নহয়। দুৰ্ঘটনা বীমাৰ প্ৰয়োজনীয়তা অধিক।

মানুহৰ দুৰ্ঘটনা কেতিয়া হ’ব কোনোৱে নাজানে। এটা সৰু দুৰ্ঘটনাই আপোনাৰ সমস্ত জমা ধন শেষ কৰি পেলাব পাৰে। গতিকে ইয়াৰ বাবে নিজকে আৰ্থিকভাৱে প্ৰস্তুত কৰা দৰকাৰ। এই ক্ষেত্ৰত আপোনাক দুৰ্ঘটনা বীমাই সহায় কৰিব। এই বীমা আপুনি পৃথককৈ ল’ব পাৰে। দুৰ্ঘটনা বীমাই বিভিন্ন দিশ সামৰি লয়। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

সবিশেষৰ বাবে ভিডিঅ চাওক…