নেটৱৰ্কৰ সমস্যা হ'লে ভাল নেটৱৰ্ক লাভ কৰিবলৈ কি কৰিব ? জানক | Tips to Resolve Mobile Network Problems in Assamese Assam news - Assam Tv9

Mobile Network: সঘনাই নেটৱৰ্কৰ সমস্যা ! ভাল নেটৱৰ্ক লাভ কৰিবলৈ কি কৰিব ? জানক

Updated On: 

19 Aug 2024 | 06:03 PM

নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

1 / 8নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

নেটৱৰ্কৰ সমস্যাই আমাক বহু সময়ত অস্থিৰ কৰি তোলে । বহুতে বহু সময়ত মোবাইল নেটনৰ্কৰ সমস্যাৰ সন্মুখীন হয় । কিন্তু আপোনাৰ এই সমস্যা হোৱাৰ সময়ত কেনেকৈ ভাল নেটৱৰ্ক আনিব পাৰি জানেনে ?

2 / 8

নেটৱৰ্কৰ সমস্যা হোৱাৰ সময়ত আপুনি নতুন নেটৱৰ্ক চিগনেলৰ বাবে চেষ্টা চলাব পাৰে । ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ফ্লাইট মোড অন-অফ কৰিব লাগিব । ইয়াৰ পাছতে নতুন নেটৱৰ্কত চিগনেল ভাল হোৱা সম্ভাৱনা থাকে।

3 / 8

যেতিয়াই আপুনি নেটৱৰ্কৰ সমস্যাৰ সন্মুখীন হ'ব, তেতিয়াই বেয়া নেটৱৰ্ক লাভ কৰা স্থানৰ পৰা অলপ আঁতৰি দিব । ৰোমৰ ভিতৰত থাকিলে খিৰিকীৰ কাষত আপুনি অলপ সময় ৰৈ দিয়ক । নহ'লে মুকলি ঠাইলৈ যাব পাৰে । ইয়াৰ পাছত আপুনি ভাল নেটৱৰ্ক চিগনেল লাভ কৰিব ।

4 / 8

5 / 8

নেটৱৰ্ক নাথাকিলে ফোনটোৰ পৰা চিমটো এবাৰ আঁতৰাই দিয়ক । ইয়াৰ পাছত অলপ সময়ৰ অপেক্ষা কৰি পুনৰ ছিমটো ফোনত লগাই দিয়ক । এই কাম কৰিলে পুনৰ ভাল নেটৱৰ্ক পোৱাৰ অধিক সম্ভাৱনা থাকে ।

6 / 8

বহু সময়ত মোবাইলত নেটৱৰ্ক ছেটিং বেণ্ড শুদ্ধ কৈ নাথাকে । এই ক্ষেত্ৰত ছেটিংছত গৈ মেনুৱেলি 3G, 4G বা 5G নেটৱৰ্ক নিৰ্বাচন কৰক।

7 / 8

বহু সময়ত মোবাইল চফটৱেৰ আপডেট নকৰিলে নেটৱৰ্ক সমস্যাৰ সৃষ্টি হয়। গতিকে ফোন চফটৱেৰ আপগ্ৰেড নিয়মীয়াকৈ কৰি থাকিব ।

8 / 8

যদি নেটৱৰ্ক অতি দুৰ্বল হয়, তেন্তে অন্য নেটৱৰ্কলৈ সলনি কৰক। উদাহৰণস্বৰূপে LTE ৰ পৰা 3G বা WiFi নেটৱৰ্কলৈ সলনি কৰিব পাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...